• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ওহায়ো, টকিঅঃ জাপানত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি

নিউজ ডেস্ক by নিউজ ডেস্ক
May 23, 2022
in ৰাজনীতি, আন্তৰ্জাতিক
1 min read
0
ওহায়ো, টকিঅঃ জাপানত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি
Share on FacebookShare on Twitter

দুদিনীয়া ভ্ৰমণসূচী লৈ প্ৰধানমন্ত্ৰী মোদীয়ে আজি জাপানৰ ৰাজধানী টকিঅ’ত উপস্থিত হৈছেগৈ। বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে জাপানৰ পৰম্পৰাগত সম্ভাষণ ধ্বনি ‘ওহায়ো, টকিঅ’ৰে মোদীক উষ্ম আদৰণি জনোৱা হয়।

প্ৰধানমন্ত্ৰী মোদীৰ জাপান ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশ খনত অনুষ্ঠিত হোৱা কোৱাড সন্মিলনত অংশগ্ৰহণ কৰা। কোৱাড সন্মিলনৰ উদ্দেশ্য হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নৰ বিষয়ে আলোচনা কৰা। মোদীয়ে তেওঁৰ এই ভ্ৰমণকালত জাপানৰ শীৰ্ষ ব্যৱসায়ী আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মতবিনিময় কৰিব।

“জাপানত বসবাস কৰা ভাৰতীয়মূলৰ লোকসকলে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে। তেওঁলোক জাপানত থাকিও ভাৰতৰ শিপাৰ সৈতে সংযুক্ত হৈ আছে। জাপানত প্ৰবাসী ভাৰতীয়সকলে মোক উষ্ম আদৰণি জনোৱাৰ বাবে মই ধন্যবাদ জনাইছো,” প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত কয়।

Japan’s Indian community has made pioneering contributions in different fields. They have also remained connected with their roots in India. I thank the Indian diaspora in Japan for the warm welcome. pic.twitter.com/cfMCzM4XVf

— Narendra Modi (@narendramodi) May 23, 2022

২৪ মে’ত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া কোৱাড সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেন, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা আৰু অষ্ট্ৰেলিয়াৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী এন্থনি এলবানিজও উপস্থিত থাকিব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়ন আৰু পাৰস্পৰিক সহযোগিতাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা কোৱাড সন্মিলনে আশাৰ বতৰা দিছে।

Previous Post

আলফাত যোগদান কৰিব বিচৰা ৭ জন যুৱকক গ্ৰেপ্তাৰ

Next Post

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ জ’ বাইডেন, কমলা হেৰিছ, মর্গান ফ্রিমেনৰ লগতে বহুজনৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ জ’ বাইডেন, কমলা হেৰিছ, মর্গান ফ্রিমেনৰ লগতে বহুজনৰ

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ জ’ বাইডেন, কমলা হেৰিছ, মর্গান ফ্রিমেনৰ লগতে বহুজনৰ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

জৰ্জৰ চুইচাইডৰ লগত জড়িত ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ফাডাৰক গ্ৰেপ্তাৰ!

জৰ্জৰ চুইচাইডৰ লগত জড়িত ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ফাডাৰক গ্ৰেপ্তাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8