• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 22, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা!
Share on FacebookShare on Twitter

কেইবালানিও আলোচনাৰ অন্তত মঙলবাৰে বিৰোধী দলসমূহে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে যে, আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহা। উল্লেখ্য যে, শাৰদ পাৱাৰ, গোপালকৃষ্ণ গান্ধী আৰু ফাৰুক আব্দুল্লাই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ দৌৰৰ পৰা আঁতৰি দিয়াৰ পিছতে সিনহাৰ নাম চুড়ান্ত কৰা হয়।

NCPৰ মুৰব্বী শৰদ পাৱাৰে কয়, ‘আমি ২৭ জুনত পুৱা ১১.৩০ বজাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিম।‘ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এক ঐকমত্যপূৰ্ণ প্ৰাৰ্থীৰ সিদ্ধান্ত লোৱাৰ বাবে পাৱাৰে আহ্বান কৰা বৈঠকৰ বাবে মঙলবাৰে কংগ্ৰেছ, টিএমচি, সমাজবাদী পাৰ্টিকে ধৰি তেৰটা বিৰোধী দলে সংসদ ভৱনত বৈঠকত মিলিত হয় আৰু সিনহাৰ নামত একমত হয়।

সভাত অংশগ্ৰহণ কৰা সকলৰ ভিতৰত আছিল কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু জয়ৰাম ৰমেশ, টিএমচিৰ অভিষেক বেনাৰ্জী, ডিএমকেৰ তিৰুচী শিৱ, চিপিআই-এমৰ সীতাৰাম য়েচুৰী, আৰু চিপিআইৰ ডি ৰাজা। পাঁচটা আঞ্চলিক দল – TRS, BJD. AAP, SAD, YSRCP আঁতৰি থাকিল বৈঠকৰ পৰা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ১৫ জুনত আহ্বান কৰা বৈঠকৰ পৰাও এই দলবোৰ আঁতৰি আছিল। অৱশ্যে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধীৰ ঐক্যমত প্ৰাৰ্থী হোৱাৰ বাবে মমতা বেনাৰ্জীয়ে যশৱন্ত সিনহাক অভিনন্দন জনোৱাৰ লগতে তেওঁক “মহা সন্মান আৰু কুশল”ৰ ব্যক্তি বুলি অভিহিত কৰিছে।

Previous Post

ৰিণিকি ভূঞা শৰ্মাই ১০০ কোটিৰ মানহানিৰ গোচৰ তৰিলে মনিষ চিছদিয়াৰ বিৰুদ্ধে!

Next Post

অম্বুবাচীৰ দিনকেইটাত আপুনি কি কি কৰিব – নকৰিব?

Related Posts

ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
Next Post
অম্বুবাচীৰ দিনকেইটাত আপুনি কি কি কৰিব – নকৰিব?

অম্বুবাচীৰ দিনকেইটাত আপুনি কি কি কৰিব - নকৰিব?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলক সাক্ষাৎ কৰি’ব!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলক সাক্ষাৎ কৰি'ব!

নিজৰ পিতৃৰ আত্মাক আঘাত দিছে পীয়ুষ হাজৰিকাইঃ ভূপেন বৰা

অসমৰ মন্ত্ৰী বিধায়ক বৰ্তমান টুৰিষ্ট গাইডলৈ পৰিণত হৈছেঃ ভূপেন বৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8