• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ইন্ধনৰ মূল্য বৃদ্ধি সম্পৰ্কে মোডীক সমালোচনা পি চিদাম্বৰমৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
April 28, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
ইন্ধনৰ মূল্য বৃদ্ধি সম্পৰ্কে মোডীক সমালোচনা পি চিদাম্বৰমৰ
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত পুনৰ বৃদ্ধি পোৱা কোভিড সংক্ৰমণক কেন্দ্ৰ কৰি বুধবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত এক বৈঠকত মিলিত হয়। এই বৈঠকতে মোডীয়ে দেশত ইন্ধনৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে অবিজেপি ৰাজ্যসমূহৰ নাম কৈ তেওঁলোকৰ চৰকাৰক জগৰীয়া কৰিছে। মোডীৰ এই মন্তব্যৰ পিছতে এতিয়া বিভিন্নজনে মোডীক সমালোচনা কৰিছে।

On the day the PM exhorted States to cut the VAT rate on petrol and diesel, the MoF announced that the Centre owes Rs 78,704 crore to the States!

— P. Chidambaram (@PChidambaram_IN) April 28, 2022

পূৰ্বৰ বিত্ত মন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰমে প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰিছে। উল্লেখ্য যে, দেশৰ বিত্ত মন্ত্ৰালয়ে বুধবাৰে কৈছিল যে, কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যসমূহক ৮ মাহৰ জিএছটি ক্ষতিপূৰণৰ পৰিমাণ মুকলি কৰিছে। আনহাতে উপকৰ পুঁজিৰ বাকী পৰিমাণৰ বাবে ৭৮,৭০৪ কোটি টকা ৰখা হৈছে।

The amount owed is actually more. If you add the amounts that the States claim are owed to them, the total amount may be bigger

Only the Controller of Government Accounts (CGA) can certify the correct amount

— P. Chidambaram (@PChidambaram_IN) April 28, 2022

বুধবাৰে বিৰোধী শাসিত কেইবাখনো ৰাজ্যত ইন্ধনৰ উচ্চ মূল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াক “অন্যায়” বুলি অভিহিত কৰি সাধাৰণ মানুহক লাভান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰসমূহক “ৰাষ্ট্ৰীয় স্বাৰ্থত” ভেট হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীয়ে কৈছিল যে, নৱেম্বৰত তেওঁৰ কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰা স্বত্বেও বহুতো ৰাজ্যই ভেট হ্ৰাস কৰাৰ তেওঁৰ অনুৰোধক গুৰুত্ব দিয়া নাই। ৰাজ্য চৰকাৰসমূহক সহযোগিতামূলক ফেডাৰেলিজমৰ মৌলিক মনোভাৱ অনুসৰি বিশ্বব্যাপী সংকটৰ সময়ত কাম কৰিবলৈ আহ্বান জনায়।

Previous Post

কাৰ্বিআংলঙত বিহুকে ধৰি জনগোষ্ঠীয় নৃত্যৰে আদৰণি প্ৰধানমন্ত্ৰীক

Next Post

নগাঁৱত দুৰ্ঘটনাগ্ৰস্ত মোদীৰ সভালৈ যোৱা ট্ৰেভেলাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
নগাঁৱত দুৰ্ঘটনাগ্ৰস্ত মোদীৰ সভালৈ যোৱা ট্ৰেভেলাৰ

নগাঁৱত দুৰ্ঘটনাগ্ৰস্ত মোদীৰ সভালৈ যোৱা ট্ৰেভেলাৰ

মহানগৰীত ১৮ দিনত ১২,৬৬১জন আক্রান্ত ক’ভিডত

দেশত ২৪ ঘণ্টাত ১২.৮% বৃদ্ধিৰ সৈতে ৩,৩০৩ জন লোক আক্ৰান্ত

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ মাজতে AAPৰ তীব্ৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ মাজতে AAPৰ তীব্ৰ প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8