• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

টেট উত্তীৰ্ণ মানেই চাকৰি নহয়ঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক by নিউজ ডেস্ক
March 22, 2022
in ৰাজনীতি, অসম, শিক্ষা
1 min read
0
টেট উত্তীৰ্ণ মানেই চাকৰি নহয়ঃ মুখ্যমন্ত্ৰী
Share on FacebookShare on Twitter

আগন্তুক জুন মাহৰ ভিতৰত ১৬ হাজাৰ টেট উত্তীৰ্ণক প্ৰদান কৰিব নিযুক্তি পত্ৰ। অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিধানসভাত টেট উত্তীৰ্ণ মানেই চাকৰি পোৱা নুবুজাই বুলিও স্পষ্ট কৰি দিয়ে।

আনহাতে ৰাজ্যৰ সংখ্যালঘু প্রধান বিধানসভা সমষ্টিসমূহত বিদ্যালয়, মহাবিদ্যালয় বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰাৰ বিষয়েও মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে। তেওঁ বিধানসভাত কয় যে, ‘সংখ্যালঘু প্ৰধান সমষ্টিত কলেজ-স্কুল বঢ়াব লাগিব৷ ছাত্ৰীৰ পঢ়াত গুৰুত্ব দিব লাগিব৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ কালত আমি এই কামবোৰ কৰিব লাগিব৷’ ইয়াৰ উপৰিও তেওঁ প্ৰতিটো সমষ্টিত মডেল স্কুল স্থাপন কৰিবলৈও পদক্ষেপ ল’ব বুলি প্ৰকাশ কৰে। এই বিষয়ে তেওঁ বিধায়কসকলৰ পৰা তালিকা বিচাৰে৷ এই মডেল স্কুলবোৰ সকলো ফালৰ পৰাই মডেল হ’ব বুলিও তেওঁ প্ৰকাশ কৰিছে।

Previous Post

ICC WorldCup: বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

Next Post

গৰীয়সীৰ নতুন সম্পাদক হ’ব ৰীতা চৌধুৰী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গৰীয়সীৰ নতুন সম্পাদক হ’ব ৰীতা চৌধুৰী

গৰীয়সীৰ নতুন সম্পাদক হ’ব ৰীতা চৌধুৰী

বিধানসভাত ওলাল নেমুটেঙা!

বিধানসভাত ওলাল নেমুটেঙা!

বিধানসভাত ওলাল নেমুটেঙা!

বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8