• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰত্যেকটো উগ্ৰপন্থী গোটৰ লগতে আলোচনা কৰি অসমত শান্তি স্থাপন কৰা হৈছেঃ শ্বাহ

ভাৰত আৰু অসম চৰকাৰে ৯০ শতাংশ প্ৰতিশ্ৰুতিয়ে পূৰণ কৰিছে

নিউজ ডেস্ক by নিউজ ডেস্ক
May 9, 2022
in ৰাজনীতি, অসম
1 min read
0
প্ৰত্যেকটো উগ্ৰপন্থী গোটৰ লগতে আলোচনা কৰি অসমত শান্তি স্থাপন কৰা হৈছেঃ শ্বাহ
Share on FacebookShare on Twitter

দুদিনীয়া ভ্ৰমণসূচী লৈ ইতিমধ্যে অসমত উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মানকাচৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত তামুলপুৰৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰে শ্বাহে। ভাষণ প্ৰসংগত তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়াসৰ ফলত অসমৰ প্ৰতিটো উগ্ৰপন্থী গোটৰ লগত আলোচনা কৰি শান্তি স্থাপন কৰা হৈছে।

তেওঁ কয়, ‘৭বছৰ পূৰ্বে মই অসমলৈ আহিছিলো আৰু তেতিয়া ইয়াৰ যুৱক সকলে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ সংঘৰ্ষ কৰি আছিল। তেতিয়া ইয়াত হিংসাৰ ৰাজনীতি চলি আছিল। বহু যুৱকৰ হত্যা হৈছিল। তাৰপাছতেই আমি প্ৰতিশ্ৰুতি দিছিলো যে সন্ত্ৰাসবাদক অসমৰ পৰা বাহিৰ কৰি দিয়া হ’ব। আৰু ৭ বছৰ পাছত এতিয়া অসমত শান্তি স্থাপন হৈছে’। লগতে তেওঁ কয় যে ‘কেৱল অসমৰ ভিতৰতে প্ৰায় ৯ হাজাৰ যুৱকে মূলসূতিলৈ ঘূৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ সবাতোকৈ ডাঙৰ উদাহৰণ বড়োলেণ্ড। এতিয়া বড়োলেণ্ড গুলী, বাৰুদ, বোমৰ, হিংসাৰ পৰা মুক্তি হৈছে। ভাৰত আৰু অসম চৰকাৰে ৯০ শতাংশ প্ৰতিশ্ৰুতিয়ে পূৰণ কৰিছে’।

Previous Post

মালাইকা আৰোৰাৰ সুস্বাস্থ্যৰ মূল চাবিকাঠি

Next Post

ম’বাইলৰ আসক্তিৰ পৰা সন্তানক আঁতৰাই ৰখাৰ কেইটামান সহজ উপায়

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
Next Post
ম’বাইলৰ আসক্তিৰ পৰা সন্তানক আঁতৰাই ৰখাৰ কেইটামান সহজ উপায়

ম'বাইলৰ আসক্তিৰ পৰা সন্তানক আঁতৰাই ৰখাৰ কেইটামান সহজ উপায়

শিৱসাগৰ জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুল গড়মুৰৰ উদ্যোগত ভাওনা অনুষ্ঠান

শিৱসাগৰ জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুল গড়মুৰৰ উদ্যোগত ভাওনা অনুষ্ঠান

নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ সম্পন্ন

নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ সম্পন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8