ৰাইজৰ দলৰ জ্যেষ্ঠ কৰ্মী তথা ৰাজ্যিক সম্পাদক ভবেন সন্দিকৈৰ ৰাইজৰ দলৰ পৰা পদত্যাগ কৰে। মঙলবাৰে দলৰ পৰা পদত্যাগ কৰাৰ কথা চ’ছিয়েল মিডিয়াত এক পোষ্টৰ জৰিয়তে প্ৰকাশ কৰে।
ৰাজ্যিক সম্পাদকৰ উপৰিও দলৰ কৰ্ণধাৰ কমিটী, আৰ.টি.আই চেলৰ আহ্বায়কো আছিল ভবেন সন্দিকৈ।সাংগঠনিক দায়িত্বৰ লগতে সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰে ভবেন সন্দিকৈয়ে।