• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটী মহানগৰীত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল চালিত বাহন!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 4, 2022
in ৰাজনীতি, অসম
1 min read
0
গুৱাহাটী মহানগৰীত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল চালিত বাহন!
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ ৰাজপথত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল চালিত বাহন ৷ ৰাজ্যৰ পৰিবহন বিভাগে বন্ধ কৰিব পেট্ৰ’ল আৰু ডিজেল চালিত বাহন ৷ কাৰণ গুৱাহাটী মহানগৰীৰ ৰাজপথত চলিব বিদ্যুত চালিত বাহন৷ আজি এই কথা জানিবলৈ দিয়ে ৰাজ্য চৰকাৰৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷

বিটিচিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোটৰ প্ৰাৰ্থী মণ্টু বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী গৰাকীয়ে কয়, সম্প্ৰতি মহানগৰীত বিশ খন বিদ্যুত চালিত বাহন চলি আছে৷ অচিৰেই গুৱাহাটী মহানগৰীলৈ আহিব দুশখন বিদ্যুত চালিত বাছ ৷ এই বাছ সমূহ আহিলেই মহানগৰীত বন্ধ কৰিম পেট্ৰল আৰু ডিজেল চালিত বাহন ৷ প্ৰদূষণ মুক্ত কৰাৰ বাবে সকলোৱে নিজৰ বাহনসমূহ CNG নাইবা বিদ্যুত চালিত কৰিব লাগিব ৷ আনকি সমগ্ৰ ৰাজ্যতে বাহনসমূহ বিদ্যুত চালিত কৰিব বুলি জানিব দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈও মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাতো মুখ্যমন্ত্ৰীৰ কৰ্তৃত্ব বুলি জানিব দি মন্ত্ৰীগৰাকীয়ে নিজৰ দপ্তৰ সলনি সন্দৰ্ভতো কয় যে, এই বিষয়ত মই কোনো মন্তব্য নিদিও, মুখ্যমন্ত্ৰীয়ে যি কৰে ৷

Previous Post

বিজেপি মুখপাত্ৰৰ মন্তব্যই জ্বলাইছে কানপুৰ: ৩৬ গৰাকীক গ্ৰেপ্তাৰ

Next Post

বৰঝাৰ বিমানবন্দৰত বিশ্ব পৰিবেশ দিৱস উদযাপন

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
Next Post
বৰঝাৰ বিমানবন্দৰত বিশ্ব পৰিবেশ দিৱস উদযাপন

বৰঝাৰ বিমানবন্দৰত বিশ্ব পৰিবেশ দিৱস উদযাপন

HDFC বেংকৰ উদ্যোগত ‘এক্সপ্ৰেছ কাৰ লোন’ মুকলি

HDFC বেঙ্কৰ #EnginesOffcampaign আৰম্ভ

আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!

চৰাইদেউত ULFAৰ লিংকমেন আটক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8