• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দেশত নিষিদ্ধ ঘোষিত হ’ল PFI

নিউজ ডেস্ক by নিউজ ডেস্ক
September 28, 2022
in ৰাজনীতি, ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
দেশত নিষিদ্ধ ঘোষিত হ’ল PFI
Share on FacebookShare on Twitter

দেশত সন্ত্ৰাসবাদীৰ পুঁজি আৰু অন্যান্য কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত ভাৰতত পাঁচ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হ’ল মৌলবাদী ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ PFIক। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ ঘোষণা কৰিছে সংগঠনটোক।

উল্লেখ্য যে সংগঠনটোক UAPA আইনৰ অধীনত নিষিদ্ধ কৰা হৈছে। PFIৰ উপৰিও ইয়াৰ ৮ ভগ্নী সংগঠন ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন, কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া, অল ইণ্ডিয়া ইমাম কাউন্সিল, নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন, নেচনেল উইমেনফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন (কেৰালা)কো নিষিদ্ধ কৰা হৈছে।

উত্তৰ প্ৰদেশকে ধৰি ৭খন ৰাজ্যত ২৩০ জনৰো অধিক PFI সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাকে ধৰি নিৰাপত্তা সংস্থাসমূহে মঙলবাৰে পুনৰ উগ্ৰ ইছলামিক সংগঠন পিএফআইৰ সন্ত্ৰাসবাদী পুঁজি আৰু অন্যান্য কাৰ্যকলাপৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে।

উত্তৰ প্ৰদেশ, কৰ্ণাটক, গুজৰাট, দিল্লী, মহাৰাষ্ট্ৰ, অসম আৰু মধ্য প্ৰদেশত ২৩০ৰো অধিক PFI গ্ৰেপ্তাৰ কৰা হৈছে। এই ক্ষেত্ৰত PFI য়ে মন্তব্য কৰে যে “এয়া কেৱল কেন্দ্ৰীয় চৰকাৰৰ আমাক লক্ষ্য কৰি লোৱা কাৰ্যৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ বন্ধ কৰাৰ এক প্ৰয়াস আৰু ই স্বৈৰাচাৰী শাসনত হোৱাটো স্বাভাৱিক,”।

Previous Post

শশী থাৰুৰে কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিব ৩০ ছেপ্টেম্বৰত!

Next Post

সৈনিক স্কুল, ইষ্ট চিয়াঙত NCC ৰ শাখা মুকলি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
সৈনিক স্কুল, ইষ্ট চিয়াঙত NCC ৰ শাখা মুকলি

সৈনিক স্কুল, ইষ্ট চিয়াঙত NCC ৰ শাখা মুকলি

এয়াৰটেলে মুকলি কৰিলে Xsafe ─ এটা উন্নত ঘৰুৱা নিৰীক্ষণ সমাধান

এয়াৰটেলে মুকলি কৰিলে Xsafe ─ এটা উন্নত ঘৰুৱা নিৰীক্ষণ সমাধান

উত্তৰ-পূব ভ্ৰমণত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং!

উত্তৰ-পূব ভ্ৰমণত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8