• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ডিব্ৰুগড়ত কেঞ্চাৰ হাস্পতাল উদ্বোধনৰ বাবে ৰাওনা হ’ল প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক by নিউজ ডেস্ক
April 28, 2022
in ৰাজনীতি, অসম
1 min read
0
ডিব্ৰুগড়ত কেঞ্চাৰ হাস্পতাল উদ্বোধনৰ বাবে ৰাওনা হ’ল প্ৰধানমন্ত্ৰী
Share on FacebookShare on Twitter

কাৰ্বিআংলঙৰ পৰা প্ৰধানমন্ত্ৰী মোডী ৰাওনা হ’ল ডিব্ৰুগড়লৈ। ইতিমধ্যে, কাৰ্বিআংলঙত ৫০০ কোটি ধন ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কেইবাখনো শিক্ষানুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিলে মোডীয়ে। ডিফুত পশু চিকিৎসা মহাবিদ্যালয়, পশ্চিম কাৰ্বি আংলং জিলাত আদৰ্শ স্নাতক মহাবিদ্যালয় আৰু কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অমৃত সৰোবৰৰ প্ৰকল্পও শুভ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে।

Addressing the ‘Peace, Unity and Development Rally’ in Diphu, Assam. https://t.co/l1UfNfgd9c

— Narendra Modi (@narendramodi) April 28, 2022

আনহাতে ডিব্ৰুগড়ত ১-৪৫ বজাত আৰম্ভ হ’ব প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা। উল্লেখ্য যে, এই সভাত উপস্থিত থাকিব টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা। ডিব্ৰুগড়ত নিৰ্মাণ কৰা কেঞ্চাৰ হাস্পতাল শুভ উদ্বোধন কৰিব মোডীয়ে। ডিব্ৰুগড়ৰ পৰাই ৰাজ্যৰ আন কেইবাখনো জিলাত নিৰ্মাণ সম্পূৰ্ণ হোৱা কেঞ্চাৰ হাস্পতাল ভাৰ্ছুৱেলী উদ্বোধন কৰাৰ লগতে আন ৭ খন জিলাত নতুনকৈ নিৰ্মাণ হ’বলগীয়া ৭ খন কেঞ্চাৰ হাস্পতালৰ আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
টাটা ট্ৰাষ্টৰ সহযোগত নিৰ্মাণ কৰা হৈছে এই কেঞ্চাৰ হাস্পতাল কেইখন। টাটা ট্ৰাষ্টে কেঞ্চাৰ হাস্পতালকেইখন নিৰ্মাণৰ বাবে অত্যাধুনিক যন্ত্ৰপাতিসহ আগবঢ়াইছে ৮৩০ কোটি টকা। তদুপৰি অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত মুঠ ১৭ খনকৈ কেঞ্চাৰ হাস্পতাল ৰাজ্যত নিৰ্মাণ কৰিব বুলি জানিব পৰা গৈছে।

Previous Post

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ মাজতে AAPৰ তীব্ৰ প্ৰতিবাদ

Next Post

বিশ্ব বিখ্যাত সংগ্ৰহালয়ত এতিয়াৰে পৰা থাকিব জাতিৰ স্বাভিমান গামোচা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বিশ্ব বিখ্যাত সংগ্ৰহালয়ত এতিয়াৰে পৰা থাকিব জাতিৰ স্বাভিমান গামোচা

বিশ্ব বিখ্যাত সংগ্ৰহালয়ত এতিয়াৰে পৰা থাকিব জাতিৰ স্বাভিমান গামোচা

বিমানকোঠত ‘ৱৰ্ল্ড ডে ফৰ চেফটি এণ্ড হেল্থ দিৱস’ উদযাপন

বিমানকোঠত 'ৱৰ্ল্ড ডে ফৰ চেফটি এণ্ড হেল্থ দিৱস' উদযাপন

চাঞ্চল্য! মহানগৰীত জ্যোতিষীৰ ঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ

চাঞ্চল্য! মহানগৰীত জ্যোতিষীৰ ঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8