• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিৰাপত্তাজনিত কাৰণত বাতিল প্ৰধানমন্ত্ৰী ৰোড শ্ব’!

১৮ জুনত গুজৰাটলৈ মোদী

নিউজ ডেস্ক by নিউজ ডেস্ক
June 13, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
নিৰাপত্তাজনিত কাৰণত বাতিল প্ৰধানমন্ত্ৰী ৰোড শ্ব’!
Share on FacebookShare on Twitter

গুজৰাটত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব’ বাতিল কৰা হৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে অহা ১৮ জুনত গুজৰাটৰ বদোদৰা ভ্ৰমণ কৰিব যদিও একেদিনাই অনুষ্ঠিত হ’বলগীয়া এটা ৰোড শ্ব’ এতিয়া নিৰাপত্তাজনিত কাৰণত বাতিল কৰা হৈছে।

গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চহৰখনৰ নাগৰিকসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ১৮ জুনৰ দুপৰীয়া ১২ বজাত বদোদৰাত অনুষ্ঠিত হ’বলগীয়া ৰোড শ্ব’ বাতিল কৰিবলৈ নিৰ্দেশ দিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে চুবুৰীয়া পঞ্চমহল জিলাৰ পাৱাগড় পাহাৰৰ ওপৰৰ মহাকালী মন্দিৰত প্ৰাৰ্থনা কৰাৰ পিছত ৰাতিপুৱা বদোদৰাত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ ইষ্টেটৰ ওচৰৰ কুষ্ঠ চিকিৎসালয়ৰ খেলপথাৰত গ্ৰাম্য গৃহনিৰ্মাণৰ দৰে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসহ প্ৰায় ৪ লাখ লোকক সম্বোধন কৰিব।

Previous Post

কাৰ্বি আংলঙৰ আটাইকেইটা সমষ্টিয়েই বিজেপিৰ দখলত

Next Post

কংগ্ৰেছৰ প্ৰতিবাদঃ আটক ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
কংগ্ৰেছৰ প্ৰতিবাদঃ আটক ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া

কংগ্ৰেছৰ প্ৰতিবাদঃ আটক ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া

গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান

গুৱাহাটীত CBI ৰ অভিযানত এজন আটক, বাসভৱনত তালাচী

কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা

অৰুণোদয় আঁচনিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8