• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সংসদত আজি উত্থাপিত হ’ব জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক

নিউজ ডেস্ক by নিউজ ডেস্ক
July 22, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
সংসদত আজি উত্থাপিত হ’ব জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক
Share on FacebookShare on Twitter

আজি সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনত উত্থাপন কৰা হ’ব জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক। দেশৰ বৰ্ধিত জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত ব্যক্তিগত সদস্য বিধেয়ক সাংসদ ৰবি কিষাণে উত্থাপন কৰিব। জনসংখ্যা বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত বৰ্ধিত জনসংখ্যা ৰোধৰ বাবে এই বিধেয়কৰ পোষকতা কৰিছে গোৰখপুৰৰ সাংসদ ৰবি কিষাণে।

বিজেপি সাংসদ ৰবি কিষাণৰ লগতে সাংসদ সুশীল কুমাৰ সিং, বিষ্ণু দয়াল ৰাম আৰু ড০ আলোক কুমাৰেও এই সন্দৰ্ভত দিছে জাননী। অৱশ্যে ৪ টাকৈ সন্তান থকা সাংসদ ৰবি কিষাণে এই বিধেয়ক উত্থাপন কৰাৰ বিষয়টোক বহুতেই কটাক্ষ কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২৩ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা চীনতকৈ অধিক হ’ব। ইয়াৰ লগে লগে বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশলৈ পৰিণত হ’ব ভাৰত।

Previous Post

মহানগৰীত আজি নাপাব চিটি বাছ!

Next Post

অৰুণাচলত সন্ধানহীন অসমৰ ৪ যুৱকৰ মৃতদেহ উদ্ধাৰ

Related Posts

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
Next Post
অৰুণাচলত সন্ধানহীন অসমৰ ৪ যুৱকৰ মৃতদেহ উদ্ধাৰ

অৰুণাচলত সন্ধানহীন অসমৰ ৪ যুৱকৰ মৃতদেহ উদ্ধাৰ

মইনা নায়ক বৰ্তমান সংকট মুক্ত!

মইনা নায়ক বৰ্তমান সংকট মুক্ত!

বাৰিষাত ভৰিৰ যত্ন কেনেকৈ লব? জানো আহক

বাৰিষাত ভৰিৰ যত্ন কেনেকৈ লব? জানো আহক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8