- কিছুদিন পিছতেই অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২।
- নিৰ্বাচন সংক্ৰান্তীয় অথৰিটি লেটাৰৰ বাবে ছপা আৰু বৈদ্যুতিক মাধ্য়মৰ সংবাদ কৰ্মীৰ নাম জমা দিবলৈ এক বিবৃতিৰ জৰিয়তে আহ্বান।
- প্ৰয়োজন হ’ব সংবাদ কৰ্মীৰ সম্পূৰ্ণ নাম, পদ, সংবাদ মাধ্যমৰ নাম আৰু ২টা পাছপোৰ্ট ফটো।
- প্ৰয়োজন হ’ব সংবাদ মাধ্যমৰ আই কাৰ্ড, ডি আই পি আৰৰ কাৰ্ড।
- ২৮ জুনৰ আগত DIPR, অসমৰ কাৰ্যালয়ত জমা দিব লাগিব।
- সংবাদ কৰ্মীজন দুটা ক’ভিড ভেকচিন লোৱা হ’ব লাগিব।