• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পোষ্ট অফিচ পাছপ’ৰ্ট সেৱা কেন্দ্ৰত আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ বাবে অনলাইন আৱেদনৰ ব্যৱস্থা

নিউজ ডেস্ক by নিউজ ডেস্ক
September 29, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
পোষ্ট অফিচ পাছপ’ৰ্ট সেৱা কেন্দ্ৰত আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ বাবে অনলাইন আৱেদনৰ ব্যৱস্থা
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাছপ’ৰ্ট সম্বন্ধীয় সেৱা উন্নত কৰাৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পাছপৰ্ট আৱেদনকাৰীসকলে এই প্ৰমাণপত্ৰ লাভৰ ব্যৱস্থা অধিক খৰতকীয়া কৰিবলৈ ২৮ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশৰ প্ৰতিটো অনলাইন পোষ্ট অফিচ পাছপ’ৰ্ট সেৱা কেন্দ্ৰত আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ বাবে আৱেদনৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। এই ব্যৱস্থাৰ ফলত আৱেদনকাৰীসকলে উল্লেখিত প্ৰমাণপত্ৰৰ বাবে সাক্ষাৎকাৰৰ আমন্ত্ৰণ খৰতকীয়াকৈ লাভ কৰিব।

আনহাতে মন্ত্ৰালয়ৰ এই পদক্ষেপৰ ফলত ভাৰতীয় নাগৰিকসকলে বিদেশত কর্মসংস্থাপন বিচৰাত সহায়ক হোৱাৰ উপৰি অন্যান্য ক্ষেত্র যেনে শিক্ষা, দীর্ঘকালীন ভিছা আৰু প্ৰবাসীসকলে ল’বলগীয়া আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ চাহিদাও পূৰণ কৰিব।

Previous Post

আজিৰে পৰা গুজৰাটত National Games 2022 ৰ শুভাৰম্ভ

Next Post

আজি গুৱাহাটীত উপস্থিত হ’বহি ভাৰত-দক্ষিণ আফ্ৰিকাৰ দল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজি গুৱাহাটীত উপস্থিত হ’বহি ভাৰত-দক্ষিণ আফ্ৰিকাৰ দল

আজি গুৱাহাটীত উপস্থিত হ’বহি ভাৰত-দক্ষিণ আফ্ৰিকাৰ দল

ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাত নিখোঁজ ধুবুৰীৰ চক্ৰ বিষয়াৰ লগতে কেইবাজনো!

ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাত নিখোঁজ ধুবুৰীৰ চক্ৰ বিষয়াৰ লগতে কেইবাজনো!

বছৰত মাত্ৰ ১৫টা ৰন্ধন গেছৰ চিলিণ্ডাৰহে ল’ব পাৰিব গ্ৰাহকে!

বছৰত মাত্ৰ ১৫টা ৰন্ধন গেছৰ চিলিণ্ডাৰহে ল’ব পাৰিব গ্ৰাহকে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8