• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ আজি দ্বিতীয় বিবাহ!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 7, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ আজি দ্বিতীয় বিবাহ!
Share on FacebookShare on Twitter

কৌতুক অভিনেতাৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰী হোৱা ভগৱন্ত মানৰ আজি বিবাহ। সম্পূৰ্ণ ৰীতি-নীতিৰে আজি দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’ব ভগৱন্ত মান। তেওঁক স্বামী হিচাপে গ্ৰহণ কৰিব ডাঃ গুৰপ্ৰীত কৌৰে। দেশৰ সংবাদ শিৰোনাম দখল কৰা এই বিয়াখন অৱশ্যে অতি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব। চণ্ডিগড়ৰ মুখ্যমন্ত্ৰী আৱাসগৃহত ভগৱন্ত মান আৰু গুৰপ্ৰীতে কৌৰে এক সাধাৰণ অনুষ্ঠানৰ জৰিয়তে বিবাহ পাশত আৱদ্ধ হ’ব। এই বিয়াত উপস্থিত থাকিব দুয়োৰে ঘনিষ্ঠ আৰু একাংশ বিশিষ্ট ব্যক্তি।
এই বিয়াত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া পৰিয়ালৰ সৈতে মানৰ বিয়াত উপস্থিত থাকিব।  উল্লেখ্য যে  ২০১৬ চনত মানৰ প্ৰথম পত্নী ইন্দ্ৰজিতৰ সাতে বিবাহ বিচ্ছেদ হয়। ভগৱন্ত মানৰ দুই সন্তানৰ সৈতে মানৰ পূৰ্বৰ পত্নী বৰ্তমান আমেৰিকাত বাস কৰে।

Previous Post

মৃতদেহ ঘূৰাই নিদিয়াক লৈ উত্তপ্ত মণিপুৰৰ ম’ৰে চহৰ

Next Post

দিল্লীৰ এইমছত ভৰ্তি লালু প্ৰসাদ যাদৱ!

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Next Post
দিল্লীৰ এইমছত ভৰ্তি লালু প্ৰসাদ যাদৱ!

দিল্লীৰ এইমছত ভৰ্তি লালু প্ৰসাদ যাদৱ!

গুৱাহাটীৰ কৃত্ৰিম বান সমাধানৰ চিন্তাৰে এজন সচেতন নাগৰিক তথা পাঠকৰ চিঠি…

গুৱাহাটীৰ কৃত্ৰিম বান সমাধানৰ চিন্তাৰে এজন সচেতন নাগৰিক তথা পাঠকৰ চিঠি...

এতিয়াও জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰত বহু নদী-উপনদী

অসমৰ বানাক্ৰান্তৰ বাবে কেন্দ্ৰই মোকলাই দিলে ৩২৪.৪০ কোটি টকা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8