• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পিছুৱালে পঞ্জাৱৰ নিৰ্বাচনঃ ১৪ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
0
পিছুৱালে পঞ্জাৱৰ নিৰ্বাচনঃ ১৪ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন
Share on FacebookShare on Twitter

সকলো ৰাজনৈতিক দলৰ আহ্বান আৰু লাখ লাখ লোকৰ ধৰ্মীয় বিশ্বাস অনুসৰি নিৰ্বাচন আয়োগে পিছুৱাই দিলে পঞ্জাৱৰ নিৰ্বাচন। গুৰু ৰবিদাস জন্মজয়ন্তী উপলক্ষে পঞ্জাৱত ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় নিৰ্বাচন। আয়োগে সোমবাৰে এই সম্পৰ্কে এক বৈঠকত মিলিত হৈ সিদ্ধান্ত গ্ৰহণ কৰে যে পঞ্জাৱৰ ১১৭ খন আসনৰ সকলোৰে নিৰ্বাচন ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ বাবে ২৫ জানুৱাৰীৰ পৰা মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ’ব। আয়োগে নিৰ্ধাৰণ কৰি দিয়া সূচী অনুসৰি প্ৰাৰ্থীসকলে ১ ফেব্ৰুৱাৰীৰ ভিতৰত মনোনয়ন দাখিল কৰিব লাগিব।
উল্লেখ্য যে ১৬ ফেব্ৰুৱাৰী শ্ৰী গুৰু ৰবিদাসৰ জন্ম জয়ন্তী। ফলস্বৰূপে, পঞ্জাৱৰ লাখ লাখ ভক্ত গুৰুৰ জন্মস্থান দৰ্শন কৰিবলৈ উত্তৰ প্ৰদেশৰ বেনাৰস ভ্ৰমণ কৰিব। সেয়েহে নিৰ্বাচনত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব বুলি ধাৰণা কৰি পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক নিৰ্বাচন স্থগিত ৰাখিবলৈ আহ্বান জনাইছিল। তেওঁলোকে ধাৰণা কৰিছিল যে, প্ৰায় ২০ লাখ লোকে গুৰু ৰবিদায়ৰ জন্মজয়ন্তীৰ বাবে বেনাৰস ভ্ৰমণ কৰিব। ফলস্বৰূপে ভোটদানৰ হাৰ হ্ৰাস পাব।

Previous Post

কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

অসমে সম্পূৰ্ণ কৰিলে ৪ কোটি ভেকচিন প্ৰদানৰ কাম

অসমে সম্পূৰ্ণ কৰিলে ৪ কোটি ভেকচিন প্ৰদানৰ কাম

১২-১৪ বছৰৰ কিশোৰ-কিশোৰীক দিয়া হ’ব ভেকচিন; চৰকাৰৰ পৰিকল্পনা

১২-১৪ বছৰৰ কিশোৰ-কিশোৰীক দিয়া হ’ব ভেকচিন; চৰকাৰৰ পৰিকল্পনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8