• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহাপ্ৰতাপী পুটিন তেজৰ কৰ্কট ৰোগত আক্ৰান্ত!

নিউজ ডেস্ক by নিউজ ডেস্ক
May 16, 2022
in ৰাজনীতি, আন্তৰ্জাতিক
1 min read
0
মহাপ্ৰতাপী পুটিন তেজৰ কৰ্কট ৰোগত আক্ৰান্ত!
Share on FacebookShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন তেজৰ কৰ্কট ৰোগত আক্রান্ত। এজন প্রাক্তন ব্ৰিটিছ চোৰাংচোৱাই এই কথা সদৰি কৰিছে। ড’নাল্ড ট্রাম্প আৰু ২০১৬ চনৰ আমেৰিকাৰ নিৰ্বাচনী প্ৰচাৰত ৰাছিয়াৰ হস্তক্ষেপৰ অভিযোগ উত্থাপন কৰা ক্রিস্টোফাৰ ষ্টিলে এটা ইংৰাজী সংবাদ প্রতিষ্ঠানক জনাইছে যে ৰাছিয়া আৰু অন্যান্য ঠাইৰ সূত্ৰৰ পৰা এয়া স্পষ্ট হৈছে যে পুটিন প্ৰকৃততে গুৰুতৰভাৱে অসুস্থ।

আনহাতে, ৰুছ ৰাষ্ট্ৰপতিৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকা এজন ব্যৱসায়িক নেতায়ো কৈছে যে পুটিন তেজৰ কৰ্কট ৰোগত আক্রান্ত। উল্লেখনীয় যে, ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰে পৰা পুটিনৰ স্বাস্থ্যক লৈ বহু কথা প্ৰকাশ হৈ আহিছে যদিও ৰাছিয়াই এই সকলোবোৰ কথা মিছা বুলি দাবী কৰি আছে।

Previous Post

পেটৰ গেছৰ সমস্যাৰ পৰা এই কেইবিধ ফলে আপোনাক দিব তাৎক্ষণিক সকাহ

Next Post

বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপালৰ মহামায়া মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!
ক্ৰাইম

টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!

June 7, 2023
আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল
শিক্ষা

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

June 6, 2023
বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰী দলৰ মক্কালৈ ৰাওনা
ৰাজনীতি

বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰী দলৰ মক্কালৈ ৰাওনা

June 6, 2023
Next Post
বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপালৰ মহামায়া মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপালৰ মহামায়া মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

ইটানগৰত ভয়াৱহ ভূমিস্খলনঃ ৪ জন লোক আৱদ্ধ

ইটানগৰত ভয়াৱহ ভূমিস্খলনঃ ৪ জন লোক আৱদ্ধ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8