• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাণী এলিজাবেথৰ নতুন অভিলেখ, আটাইতকৈ দীঘলীয়া ৰাজত্বকালৰ দ্বিতীয় স্থান এলিজাবেথলৈ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 16, 2022
in ৰাজনীতি, আন্তৰ্জাতিক, মনোৰঞ্জন
1 min read
0
ৰাণী এলিজাবেথৰ নতুন অভিলেখ, আটাইতকৈ দীঘলীয়া ৰাজত্বকালৰ দ্বিতীয় স্থান এলিজাবেথলৈ
Share on FacebookShare on Twitter

দ্বিতীয় এলিজাবেথ ব্ৰিটেইন আৰু কমনৱেলথৰ ইতিহাসত আটাইতকৈ দীৰ্ঘদিনীয়া ৰাজত্ব কৰা ৰাণী। ৯৬ বছৰীয়া এলিজাবেথ বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ শাসকো। তেওঁৰ আগতে ১৮৩৭ চনৰ পৰা ১৯০১ চনলৈকে প্ৰায় ৬৪ বছৰ শাসন কৰা ভিক্টোৰিয়া ৰাণীৰ নামত এই অভিলেখ আছিল। ১৯৫২ চনত তেওঁৰ পিতৃ ৰজা পঞ্চম জৰ্জৰ মৃত্যুৰ পিছত দ্বিতীয় এলিজাবেথে ব্ৰিটেইনৰ সিংহাসন দখল কৰে। ১৯৫৩ চনৰ ২ জুনত ৱেষ্টমিনিষ্টাৰ এবেত তেওঁৰ আনুষ্ঠানিকভাৱে ৰাজ অভিষেক অনুষ্ঠিত হয়। চলিত বৰ্ষৰ ২ৰ পৰা ৫ জুনলৈ ব্ৰিটেইনত প্লেটিনাম জয়ন্তী উদযাপনৰ আয়োজন কৰা হৈছিল। ১ জুনত এলিজাবেথৰ শাসনৰ ৭০ বছৰ সম্পূৰ্ণ হ’ল। ২ জুনত তেওঁৰ আনুষ্ঠানিক জন্মদিন আছিল।

ৰাণী এলিজাবেথৰ উত্তৰাধিকাৰী হৈছে তেওঁৰ ডাঙৰ পুত্ৰ ৰাজকুমাৰ চাৰ্লছ। কিন্তু ৰাণী এলিজাবেথ জীয়াই থকালৈকে চাৰ্লছে ৰাজপাট লোৱাৰ সম্ভাৱনা কম। চাৰ্লছৰ বয়স বৰ্তমান ৭৩ বছৰ। উল্লেখ্য যে, এলিজাবেথে সিংহাসন দখল কৰাৰ মাত্ৰ ৩ বছৰ আগতেই চাৰ্লছৰ জন্ম হৈছিল। ৰাণী এলিজাবেথে তেওঁৰ ৰাজত্বকালত ১৪ গৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীক দেখিবলৈ পাইছে। ১৩ গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছে।

উল্লেখ্য যে, বিশ্বৰ আটাইতকৈ দীঘলীয়া ৰাজত্ব কৰা ৰজা হৈছে চতুৰ্দশ লুই। টাইম মেগাজিনৰ মতে তেওঁ প্ৰায় ৭২ বছৰ শাসন কৰিছিল। ১৬৪৩ চনত সিংহাসনত বহাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪ বছৰ। ১৭১৫ চনলৈকে তেওঁ শাসন কৰিছিল। এই সময়ত তেওঁ তিনিখন যুদ্ধও কৰিছিল।

Previous Post

শীঘ্ৰেই ভাৰতত উপলব্ধ হ’ব ৫জি সেৱা!

Next Post

অৰুণাচলত ধাৰাসাৰ বৰষুণ : অসমলৈ নামি অহা ২০ খন নদীৰ জলস্তৰ বৃদ্ধি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
অৰুণাচলত ধাৰাসাৰ বৰষুণ : অসমলৈ নামি অহা ২০ খন নদীৰ জলস্তৰ বৃদ্ধি

অৰুণাচলত ধাৰাসাৰ বৰষুণ : অসমলৈ নামি অহা ২০ খন নদীৰ জলস্তৰ বৃদ্ধি

স্বাস্থ্য বিভাগৰ ১৯ তাৰিখৰ পৰীক্ষা স্থগিত!

স্বাস্থ্য বিভাগৰ ১৯ তাৰিখৰ পৰীক্ষা স্থগিত!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8