• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাহুল গান্ধী ছাদ্দাম হুচেইনৰ দৰে দেখিবলৈ আৰম্ভ কৰিছেঃ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক by নিউজ ডেস্ক
November 24, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়
1 min read
0
ৰাহুল গান্ধী ছাদ্দাম হুচেইনৰ দৰে দেখিবলৈ আৰম্ভ কৰিছেঃ হিমন্ত বিশ্ব শৰ্মা
Share on FacebookShare on Twitter

সমাগত গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দল বৰ্তমান ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। এইবাৰ গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি দলৰ হৈ অংশগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও।

গুজৰাটৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লাভ জিহাদকে ধৰি ৰাহুল গান্ধীৰ ওপৰতো বহু মন্তব্য আগবঢ়াইছে। কুবেৰনগৰ ৰেলীত, শৰ্মাই ৰাহুল গান্ধীৰ বিষয়ে এক বিতৰ্কিত মন্তব্য কৰি কৈছিল যে ৰাহুল গান্ধীয়ে আজি কালি ইৰাকৰ ছাদ্দাম হুছেইনৰ দৰে দেখিবলৈ আৰম্ভ কৰিছে। “গান্ধী বংশধৰৰ ওচৰত মহাত্মা গান্ধী বা চৰ্দাৰ পেটেলৰ প্ৰতিচ্ছবি থাকিব লাগে, ইৰাকীৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ নহয়। এতিয়াই মই দেখিছো যে ৰাহুল গান্ধীৰ মুখো সলনি হৈছে। তেওঁক এতিয়া ইৰাকৰ একনায়ক ছাদ্দাম হুছেইনৰ দৰে দেখা গৈছে। মুখ সলনি কৰাটো বেয়া কথা নহয়। যদি আপুনি মুখখন সলনি কৰিব লগা হয়, তেন্তে বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু বা গান্ধীজীৰ দৰে এইটো কৰক, কিন্তু আপোনাৰ মুখখন ছাদ্দাম হুছেইনৰ দৰে কিয় হৈ পৰিছে?” 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড সন্দৰ্ভতো গুজৰাট নিৰ্বাচনত মন্তব্য কৰিছিল। তেওঁ কৈছিল যে “আফতাবে শ্ৰদ্ধাক হত্যা কৰিছিল আৰু মৃতদেহটো ৩৫ টুকুৰাত কাটি পেলাইছিল। যেতিয়া আৰক্ষীয়ে আফতাবক সুধিছিল আপুনি হিন্দু ছোৱালী কিয় আনিছে? গতিকে আফতাবে কৈছিল যে হিন্দু ছোৱালীবোৰ আৱেগিক। এনেকুৱা বহুতো আফতাব আৰু শ্ৰদ্ধা আছে। সেয়েহে লাভ-জিহাদ সন্দৰ্ভত কঠোৰ আইন প্ৰস্তুত কৰা উচিত।”

উল্লেখ্য যে, ডিচেম্বৰ মাহত দুটা পৰ্যায়ত অনুষ্ঠিত হব গুজৰাট বিধানসভা নিৰ্বাচন।

Previous Post

প্রয়োজনতকৈ অধিক গুলীচালনা কৰিলে অসম আৰক্ষীয়ে, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

Next Post

হামাদ এম.এ.আৰ. বাৰলাস্কাৰে লাভ কৰিছে ‘IRPRA 2022’ বঁটা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
হামাদ এম.এ.আৰ. বাৰলাস্কাৰে লাভ কৰিছে ‘IRPRA 2022’ বঁটা

হামাদ এম.এ.আৰ. বাৰলাস্কাৰে লাভ কৰিছে 'IRPRA 2022' বঁটা

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

মহানগৰীৰ চান্দমাৰীত ৰে'লৰ খুন্দাত নিহত যুৱক

হাজোত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্রাগছ

মহানগৰীত ড্ৰাগছসহ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8