• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চীনৰ পৰা ধন লৈছিল ৰাজীৱ গান্ধী ফাউণ্ডেচনে!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 13, 2022
in ৰাজনীতি, আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়
1 min read
0
চীনৰ পৰা ধন লৈছিল ৰাজীৱ গান্ধী ফাউণ্ডেচনে!
Share on FacebookShare on Twitter

সংসদৰ চলিত শীতকালীন অধিৱেশনত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভত আলোচনাৰ মাজত শাসকীয় আৰু বিৰোধিৰ মাজত তীব্ৰ বাক্যবান চলে। অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনৰ সৈনিক সকলৰ মাজত হোৱা সংঘৰ্ষক লৈ সংসদত বিৰোধীয়ে চৰকাৰক বিভিন্ন প্ৰশ্ন কৰিছে। এই বিষয়ত বক্তব্য ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰে।

অমিত শ্বাহে কংগ্ৰেছক লোকসভাত প্ৰশ্নকালত ইচ্ছাকৃতভাৱে ব্যাহত কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে যদি প্ৰশ্নকাল থাকিলহেঁতেন, তেন্তে তেওঁ লোকসভাত ক’লেহেঁতেন যে ৰাজীৱ গান্ধী ফাউণ্ডেচনে ২০০৫-২০০৭ বৰ্ষত চীনা দূতাবাসৰ পৰা ১.৩৫ কোটি টকাৰ অনুদান লাভ কৰিছিল।

সীমান্তত প্ৰৱেশ কৰা চীনা সৈন্যসকলক তৎক্ষণাৎ আঁতৰাই দিয়াৰ বাবে অমিত শ্বাহে সেনাক প্ৰশংসা কৰাৰ লগতে বিজেপি চৰকাৰৰ দিনত কোনেও এক ইঞ্চি মাটি ল’ব নোৱাৰে বুলিও দাবী কৰে। 

Previous Post

২৬ ডিচেম্বৰৰ পৰা দিচাংমুখত ‘ব্ৰহ্মপুত্ৰ দিচাং মহোৎসৱ ২০২২’

Next Post

টেট উত্তীৰ্ণক খেদি খেদি প্ৰহাৰ আৰক্ষীৰ!

Related Posts

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী
ৰাজনীতি

মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী

September 22, 2023
ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ
অসম

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ

September 21, 2023
বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰত “ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ” শীৰ্ষক এলানি নতুন ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ
সংবাদ

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰত “ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ” শীৰ্ষক এলানি নতুন ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ

September 21, 2023
Next Post
টেট উত্তীৰ্ণক খেদি খেদি প্ৰহাৰ আৰক্ষীৰ!

টেট উত্তীৰ্ণক খেদি খেদি প্ৰহাৰ আৰক্ষীৰ!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

পৰিবহন নিগমত চালক প্ৰশিক্ষণ কার্যসূচীৰ শুভাৰম্ভ

পৰিবহন নিগমত চালক প্ৰশিক্ষণ কার্যসূচীৰ শুভাৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8