• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যসভাৰ নিৰ্বাচনঃ বিৰোধীৰ সৰ্বদলীয় বৈঠক আহ্বান

নিউজ ডেস্ক by নিউজ ডেস্ক
March 26, 2022
in ৰাজনীতি, অসম
1 min read
0
ৰাজ্যসভাৰ নিৰ্বাচনঃ বিৰোধীৰ সৰ্বদলীয় বৈঠক আহ্বান
Share on FacebookShare on Twitter

সোমবাৰে কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু অন্যান্য বিৰোধী দলসমূহৰ এক বৈঠক অনুষ্ঠিত হ’ব। সৰ্বদলীয় বৈঠকৰ পূৰ্বে অনুষ্ঠিত হ’ব কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক। সোমবাৰে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক। বৈঠকত উপস্থিত থাকিব কংগ্রেছৰ বিধায়কসকল। প্রদেশ কংগ্রেছৰ তত্বাৱধায়ক জীতেন্দ্র সিং উপস্থিত থাকিব। ইয়াৰ উপৰিও বৈঠকত উপস্থিত থাকিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা।

এই বৈঠকৰ পাছতে অনুষ্ঠিত হ’ব বিৰোধীৰ সৰ্বদলীয় বৈঠক। বিৰোধীৰ সৰ্বদলীয় বৈঠকত অংশ ল’ব কংগ্রেছ, এ আই ইউ ডি এফ, CPIM আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। এই বৈঠকতে নিৰ্ধাৰণ হ’ব ভোটদানৰ প্রশিক্ষণৰ সময়। ৰাজ্যসভাৰ নিৰ্বাচনত কিদৰে ভোটদান কৰিব সেই বিষয়ে বিধায়কসকলক প্ৰশিক্ষণ দিব বুলি জনালে দেৱব্রত শইকীয়াই।

Previous Post

ৰাজ্যত পুনৰ কেকো সাপ উদ্ধাৰ

Next Post

সুখবৰঃ ২৬ হাজাৰৰো অধিক পদৰ বাবে অসম চৰকাৰৰ বিজ্ঞাপন প্ৰকাশ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সুখবৰঃ ২৬ হাজাৰৰো অধিক পদৰ বাবে অসম চৰকাৰৰ বিজ্ঞাপন প্ৰকাশ

সুখবৰঃ ২৬ হাজাৰৰো অধিক পদৰ বাবে অসম চৰকাৰৰ বিজ্ঞাপন প্ৰকাশ

সৰ্বভাৰতীয় কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

সৰ্বভাৰতীয় কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

ৰাণীত CRPF ৰ উদ্যোগত ভেটাৰ্নছ দিৱস

ৰাণীত CRPF ৰ উদ্যোগত ভেটাৰ্নছ দিৱস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8