• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সকাহ! গুৱাহাটীৰ ৫২ পার্কিং আস্থান বিনামূলীয়া

নিউজ ডেস্ক by নিউজ ডেস্ক
January 20, 2022
in ৰাজনীতি, অসম, গুৱাহাটী, সংবাদ
0
সকাহ! গুৱাহাটীৰ ৫২ পার্কিং আস্থান বিনামূলীয়া
Share on FacebookShare on Twitter

মহানগৰীত যান–বাহন পার্কিঙৰ ক্ষেত্রত গুৱাহাটী পৌৰ নিগমে কিছুমান বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ গুৱাহাটীৰ ১১টা স্থানত পার্কিং মাচুল সংগ্রহ কৰাৰ বিপৰীতে জনসাধাৰণৰ সুবিধার্থে ৫২টা পার্কিং আস্থান পৌৰ নিগমে সম্পূর্ণকৈ বিনামূলীয়া ঘোষণা কৰিছে৷ পৌৰ আয়ুক্ত দেৱাশিস শর্মাই ঘোষণা কৰা মতে, যান–বাহন পার্কিঙৰ নামত ধন সংগ্রহ কৰা আস্থানকেইটা হৈছে ক্রমে কটন কলেজিয়েট পথ, ড০ জে চি দাস পথ, এইচ বি ৰোড, ব্যাপ্ঢিষ্ট চার্চ, আৰ পি ৰোড বি কে টাৱাৰ, এইচ বি ৰোড খুবচান্দ, ভঙাগড় উৰণীয়া সেতুৰ তলৰ পার্কিং আস্থান, আদাবাৰী বাছ টার্মিনেল, ফাঁচীবজাৰ বেচমেণ্ট, লাচিত ঘাট আৰু গশেণগুৰি উৰণীয়া সেতুৰ তলৰ বজাৰৰ সমীপৰ পার্কিং আস্থান৷
এইকেইটা পার্কিং আস্থানত যান–বাহন ৰখালে মাচুল ভৰিব লাগিব৷ দুচকীয়া বাহন প্রথম দুঘণ্টাত ৫ টকাৰ বিপৰীতে চাৰিচকীয়া বাহনৰ ক্ষেত্রত প্রথম দুঘণ্টাত ১০ টকা আদায় দিব লাগিব৷ অৱশ্যে দুঘণ্টাৰ পাছত প্রতি ঘণ্টাত অতিৰিক্ত পাঁচ টকা আদায় দিব লাগিব বুলি পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে৷ ইয়াৰ বিপৰীতে মহানগৰীৰ অন্যান্য স্থানত থকা ৫২টা পার্কিং আস্থান সর্বসাধাৰণ লোকৰ বাবে বিনামূলীয়া বুলি পৌৰ আয়ুক্তগৰাকীয়ে সদৰী কৰে৷ সেয়েহে এই নির্দিষ্ট পার্কিং আস্থানৰ বাহিৰে আন ঠাইত বাহন ৰখালে কোনো লোকে যদি পার্কিং মাচুল বিচাৰি বাহনৰ গৰাকীক হাৰাশাস্তি কৰে তেন্তে বাহনৰ গৰাকীয়ে জিএমচিক অভিযোগ দিব পাৰিব৷ সাধাৰণ লোকৰ সুবিধাৰ বাবে জিএমচি কর্তৃপক্ষই অভিযোগ দাখিলৰ বাবে মুকলি কৰা নম্বৰকেইটা হৈছে– ৮৮১১০–০৭০০০, ৭৩৯৯০–০৩০০১, ৭৩৯৯০–০৩০০২, ৭৩৯৯০–০৩০০৩ আৰু ৭৩৯৯০–০৩০০৪৷

Previous Post

ক’ভিড : বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত ৮৩৩৯ জন

Next Post

গুৱাহাটীত ভয়াবহ ৰূপ ক’ভিডৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটীত ভয়াবহ ৰূপ ক’ভিডৰ

গুৱাহাটীত ভয়াবহ ৰূপ ক’ভিডৰ

আজি দিল্লীলৈ দুই মুখ্যমন্ত্ৰী

আজি দিল্লীলৈ দুই মুখ্যমন্ত্ৰী

সমাগত গণৰাজ্য দিৱস! ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড

সমাগত গণৰাজ্য দিৱস! ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8