• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজীৱ ভৱনটো ভাড়ালৈ দিয়কঃ পীয়ুষ হাজৰিকা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 20, 2022
in ৰাজনীতি, অসম
1 min read
0
ৰাজীৱ ভৱনটো ভাড়ালৈ দিয়কঃ পীয়ুষ হাজৰিকা
Share on FacebookShare on Twitter

কলিয়াবৰৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়া ৰোধৰ বাবে এছিয়ান ডেভলপমেন্ট বেংকৰ পৰা প্ৰায় ৩৭শ কোটি টকা অসম চৰকাৰে লাভ কৰাৰ কথা শুক্ৰবাৰে ঘোষণা কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই। এই ধনেৰে শিলঘাটত এবছৰৰ ভিতৰত গড়াখহনীয়া ৰোধৰ আঁচনি গ্ৰহণ কৰা হৈছে বুলিও সদৰি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ চৰকাৰী বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হৈছিল মন্ত্ৰীগৰাকী।

ৰাজ্যখনৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কত মন্ত্ৰী হাজৰিকাই কয় যে, অসমত লাহে লাহে কংগ্ৰেছ দলটো নাইকিয়া হৈ গৈছে। ৰাজীৱ ভৱনটো ব্যৱসায়িক ভৱন হ’লে ভাড়া দি অন্ততঃ দলটো চলিব পাৰিব। লাহে লাহে কংগ্ৰেছৰ ভোট আপ, এআইইউডিএফ, এজেপিয়ে লৈ লৈছে বুলি তেওঁ কয়।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

বিহাৰত প্ৰচণ্ড ধুমুহা! মৃত্যু ৩৩গৰাকীৰো অধিক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বিহাৰত প্ৰচণ্ড ধুমুহা! মৃত্যু ৩৩গৰাকীৰো অধিক

বিহাৰত প্ৰচণ্ড ধুমুহা! মৃত্যু ৩৩গৰাকীৰো অধিক

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩১ তম মৃত্যু বাৰ্ষিকী

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩১ তম মৃত্যু বাৰ্ষিকী

আজি অৰুণাচল প্রদেশলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

আজি অৰুণাচল প্রদেশলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8