• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কেদাৰনাথত নিৰ্মাণ হ’ব ৰ’পৱে, প্ৰধানমন্ত্ৰীয়ে কৰিলে শিলান্যাস

নিউজ ডেস্ক by নিউজ ডেস্ক
October 22, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
কেদাৰনাথত নিৰ্মাণ হ’ব ৰ’পৱে, প্ৰধানমন্ত্ৰীয়ে কৰিলে শিলান্যাস
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে উত্তৰাখণ্ডত উপস্থিত হৈ কেদাৰনাথ মন্দিৰ দৰ্শন কৰি তেওঁৰ সপোনাৰ প্ৰকল্পৰ শিলান্যাস কৰে।

সোনপ্ৰয়াগ-কেদাৰনাথ ৰ’পৱে প্ৰকল্পৰ শিলান্যাস কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। প্ৰকল্পটোৰ সৈতে জড়িত ৰাষ্ট্ৰীয় ঘাইপথ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ অভিযন্তা এজনে কয় যে ভিডিঅ’গ্ৰাফী আৰু ফটোগ্ৰাফীৰ জৰিয়তে প্ৰধানমন্ত্ৰীক প্ৰকল্পটোৰ বিষয়ে অৱগত কৰা হৈছিল।

উল্লেখনীয় যে এই ৰ’পৱেটো কেদাৰনাথ ধামলৈকে প্ৰায় ৯.৭ কিলোমিটাৰ দীঘল হ’ব। ই গৌৰীকুণ্ডক কেদাৰনাথৰ সৈতে সংযোগ কৰিব।এই ৰপৱে নিৰ্মাণৰ পাছতেই দুয়োটা স্থানৰ মাজত ভ্ৰমণৰ সময় বৰ্তমানৰ ৬-৭ ঘণ্টাৰ পৰা প্ৰায় ৩০ মিনিটলৈ হ্ৰাস হ’ব।এই ৰ’পৱে ২ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা হ’ব। ৯.৭০ কিলোমিটাৰ দীঘল এই ৰ’পৱেটো নিৰ্মাণত প্ৰায় ১২৬৮ কোটি টকা ব্যয় হ’ব।

এই ৰ’পৱে শিলান্যাস কৰাৰ পাছতেই মোডীয়ে আদিগুৰু শংকৰাচাৰ্যৰ সমাধিস্থললৈ যায়। তাৰ পাছতেই তেওঁ বদ্ৰীনাথ ভ্ৰমণৰ বাবে ৰাওনা হয়।

Previous Post

দুৰ্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰিলে ডিব্রুগড়ৰ পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাক!

Next Post

হিন্দু ৰাষ্ট্ৰ মহাসভাৰ ৰাজ্যিক প্ৰভাৰীৰ দায়িত্বত ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
হিন্দু ৰাষ্ট্ৰ মহাসভাৰ ৰাজ্যিক প্ৰভাৰীৰ দায়িত্বত ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী

হিন্দু ৰাষ্ট্ৰ মহাসভাৰ ৰাজ্যিক প্ৰভাৰীৰ দায়িত্বত ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী

ABPSSPৰ অসমৰ আহ্বায়ক হিচাপে নৌ সেনাৰ অৱসৰপ্ৰাপ্ত কম’ডৰ কমলেশ চন্দ্ৰ চৌধুৰীক নিযুক্তি

ABPSSPৰ অসমৰ আহ্বায়ক হিচাপে নৌ সেনাৰ অৱসৰপ্ৰাপ্ত কম'ডৰ কমলেশ চন্দ্ৰ চৌধুৰীক নিযুক্তি

শীঘ্ৰেই সেৱা আৰম্ভ কৰা হ’ব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

শীঘ্ৰেই সেৱা আৰম্ভ কৰা হ'ব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8