• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে শচীন পাইলট! অশোক গেহলট যাব দিল্লীলৈ!

নিউজ ডেস্ক by নিউজ ডেস্ক
September 24, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
ৰাজস্থানৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে শচীন পাইলট! অশোক গেহলট যাব দিল্লীলৈ!
Share on FacebookShare on Twitter

ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব পাৰে কংগ্ৰেছৰ প্ৰতিভৱান যুৱ ৰাজনীতিবিদ শচীন পাইলট। বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ সম্ভাৱনীয়তা প্ৰৱল হৈ পৰাৰ বাবেই শচীন পাইলটৰ বাবে আহিছে এই সুযোগ। সন্মুখত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন। ইতিমধ্যে এই নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে প্ৰস্তুতি। গান্ধী পৰিয়ালৰ অনুগ্ৰহ তথা পৰামৰ্শত সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সন্মত হৈছে অশোক গেহলট। প্ৰথম অৱস্থাত তেওঁ সভাপতি নিৰ্বাচিত হ’লেও মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰে বুলি এক আকোৰগোজ স্থিতিত আছিল যদিও শেহতীয়াকৈ নিজৰ স্থিতি সলনি কৰিছে অশোক গেহলটে।

আজি কংগ্ৰেছ সাংসদ তথা ভাৰত জোড়ো আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা ৰাহুল গান্ধীয়ে কেৰালাৰ পৰা দিল্লীলৈ ৰাওনা হৈছে। একেখন বিমানতে দিল্লীলৈ গেছে অশোক গেহলটো। ভাৰত জোড়ো যাত্ৰাৰ আজিৰ জিৰণীৰ দিন হোৱা হেতুকে ৰাহুল গান্ধীয়ে দিল্লীত মাতৃ তথা কংগ্ৰেছৰ বৰ্তমানৰ সভানেত্ৰী ছোনিয়া গান্ধী আৰু প্ৰিংয়কা গান্ধীৰ লগত এক বৈঠকত মিলিত হ’ব। এই বৈঠকত অশোক গেহলটেও অংশগ্ৰহণ কৰিব।

অশোক গেহলটৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৰাজস্থানৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰাজেন্দ্ৰ গুড়াই ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এক ইংগিত প্ৰদান কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি শচীন পাইলট পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’লে তেওঁলোকৰ কোনো মতবিৰোধ নাথাকিব। ৰাজেন্দ্ৰ গুড়াৰ এই মন্তব্যৰ পিছতে এতিয়া ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ পথত যে শচীন পাইলট সেই কথা একপ্ৰকাৰে স্পষ্ট হৈছে। ইফালে দিল্লীত আজি অনুষ্ঠিত হোৱা বৈঠকতে ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম স্থিৰ কৰা হ’ব। ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন সুদীৰ্ঘ ২০ বছৰৰ মূৰত অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে। এই নিৰ্বাচনত এইবাৰ গান্ধী পৰিয়ালৰ কোনো সদস্যই অংশগ্ৰহণ নকৰাটো নিশ্চিত হৈছে।

কংগ্ৰেছৰ জি-২৩ গোটৰ অন্যতম সদস্য তথা জনপ্ৰিয় ৰাজনৈতিক ব্যক্তিত্ব শশী থাৰুৰেও এই নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱাতো নিশ্চিত। শেহতীয়াকৈ এই নিৰ্বাচনত অংশগ্ৰহণৰ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথ আৰু দিগ্বীজয় সিঙেই ইচ্ছা প্ৰকাশ কৰিছে বুলি প্ৰকাশ পাইছে। অৱশ্যে দিগ্বীজয় সিঙে শশী থাৰুৰক এই নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বুলি তেওঁ নিজেই প্ৰকাশ কৰাক কেন্দ্ৰ কৰি দিগ্বীজয় সিঙে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি হোৱা চৰ্চাক অমূলক বুলিও আখ্যা দিব পাৰি।

Previous Post

কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ চিন্তন শিবিৰ

Next Post

প্ৰধানমন্ত্ৰী হ’বৰ বাবে বিজেপিক বিশ্বাসঘাটকতা কৰিলে নীতিশ কুমাৰে!

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Next Post
প্ৰধানমন্ত্ৰী হ’বৰ বাবে বিজেপিক বিশ্বাসঘাটকতা কৰিলে নীতিশ কুমাৰে!

প্ৰধানমন্ত্ৰী হ'বৰ বাবে বিজেপিক বিশ্বাসঘাটকতা কৰিলে নীতিশ কুমাৰে!

Ram nath Kovind: ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ আহিব কাজিৰঙালৈ

১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

অসমত লুপ্ত হ’ল ৰেভিনিউ টাউন

কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ মেডিকেল কলেজৰ নিযুক্তিৰ বাবে বৃদ্ধি বয়সৰ সময়সীমা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8