• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুজৰাটত জ্যেষ্ঠ কংগ্ৰেছ বিধায়কৰ পদত্যাগ, বিজেপিত যোগদান প্ৰস্তুতি!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 10, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
গুজৰাটত জ্যেষ্ঠ কংগ্ৰেছ বিধায়কৰ পদত্যাগ, বিজেপিত যোগদান প্ৰস্তুতি!
Share on FacebookShare on Twitter

গুজৰাটত ইতিমধ্যে ঘোষণা হৈছে নিৰ্বাচনৰ দিন। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দল উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰত। কিন্তু এই নিৰ্বাচনী প্ৰচাৰৰ মাজতেই কংগ্ৰেছ দলক মোক্ষম আঘাত কৰি জ্যেষ্ঠ বিধায়ক ভগৱান বৰদে বুধবাৰে দলটোৰ বিধায়ক আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। শীঘ্ৰেই বিধায়কগৰাকীয়ে যোগদান কৰিব বিজেপিত।

পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছত তেওঁ কয় যে সমৰ্থক সকলৰ পৰামৰ্শ গ্ৰহণ কৰি তেওঁঁ দলত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। নিৰ্বাচনী টিকট লাভ কৰিব বুলি কোনো প্ৰতিশ্ৰুতি নোলোৱাকৈয়ে তেওঁ বিজেপিত যোগদান কৰিবলৈ সাজু। ইয়াৰ এদিন পূৰ্বে কংগ্ৰেছ বিধায়ক তথা জনজাতীয় নেতা মোহনসিংহ ৰাথৱাই বিধায়ক আৰু দলৰ সদস্য পদৰ পৰা বিজেপিত যোগদান কৰিবলৈ পদত্যাগ কৰিছল।

গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটদান হ’ব। ভোটগণনা ৮ ডিচেম্বৰত হ’ব। উল্লেখ্য যে, ২০১৭ চনৰ নিৰ্বাচনত ১৮২ খন আসনৰ বিজেপিয়ে ৯৯ খন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ৭৭ খন আসন।

Previous Post

মহানগৰীত জিলা পৰিবহণ বিভাগৰ অভিযান!

Next Post

ৰাজ্যত অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন নাইঃ ৰণোজ পেগু

Related Posts

মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, অধিবক্তাও হ’ব পাৰিব APSCৰ অধ্যক্ষ, সদস্য
ৰাজনীতি

APSC কেলেংকাৰীত জড়িত ৩২জন ৰাজপত্ৰিত বিষয়াক আটক

November 22, 2023
এণ্ড’স্কপি কেমেৰাত বন্দী উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক!
সংবাদ

এণ্ড’স্কপি কেমেৰাত বন্দী উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক!

November 21, 2023
উত্তৰ কাশীত সুৰংগত বৰ্তমানেও আবদ্ধ ৪০ শ্ৰমিক!
সংবাদ

উত্তৰ কাশীত সুৰংগত বৰ্তমানেও আবদ্ধ ৪০ শ্ৰমিক!

November 18, 2023
মধ্যপ্ৰদেশত বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা দিলে কমল নাথৰ পুত্ৰক
ৰাজনীতি

মধ্যপ্ৰদেশত বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা দিলে কমল নাথৰ পুত্ৰক

November 17, 2023
Next Post
ৰাজ্যত অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন নাইঃ ৰণোজ পেগু

ৰাজ্যত অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন নাইঃ ৰণোজ পেগু

অসমত লুপ্ত হ’ল ৰেভিনিউ টাউন

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ...

কটন বিশ্ববিদ্যালয়ৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত মাৰপিট!

আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8