• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কংগ্ৰেছ এৰি সমাজবাদী পাৰ্টীক সমৰ্থন জ্যেষ্ঠ নেতা কপিল ছিবালৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 26, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
কংগ্ৰেছ এৰি সমাজবাদী পাৰ্টীক সমৰ্থন জ্যেষ্ঠ নেতা কপিল ছিবালৰ
Share on FacebookShare on Twitter

অৱশেষত কংগ্ৰেছ ত্যাগ কৰিলে জ্যেষ্ঠ নেতা কপিল ছিবালে। কংগ্ৰেছ দলৰ সাংগঠনিক সংস্কাৰৰ কাৰণে মুকলি প্রকাশেৰে কংগ্ৰেছৰ বিদ্রোহী নেতাসকলৰ অন্যতম নেতা হিচাপে চৰ্চিত কপিল ছিবালে বুধবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰি উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ সমৰ্থনত ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে নির্দলীয় ভাৱে ৰাজ্যসভাত মনোনয়ন দাখিল কৰিলেও কংগ্ৰেছ ত্যাগী কপিল ছিবালে উচ্চ সদনলৈ যাব সমাজবাদীৰ পূৰ্ণ সমর্থনত।

উল্লেখ্য যে, কংগ্ৰেছৰ বিপৰ্যয়ৰ অন্যতম কাৰক হিচাপে ৰাহুল গান্ধীৰ নেতৃত্বক লৈ মুকলিকৈ ক্ষোভ প্ৰকাশ কৰাই নহয়, ২৩গৰাকী জ্যেষ্ঠ নেতাই ছোনিয়া গান্ধীলৈ দলটোৰ সাংগঠনিক সংস্কাৰৰ বাবে মুকিলকৈ জনাই আহিছে৷ জি-২৩ৰ অন্যতম নেতা হিচাপে চৰ্চিত কপিল ছিবালে দলৰ সংস্কাৰৰ বাবে সংবাদ মাধ্যমসমূহত মুকলিকৈ বক্তব্য ৰখাৰ উপৰিও দলটোৰ অন্তবর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীকো সমালোচনা কৰি আহিছে। কংগ্ৰেছৰ বাবে অন্যতম মোক্ষম আঘাত হিচাপে চৰ্চিত হোৱা কপিলছিৱালৰ পদত্যাগ সন্দৰ্ভত ইতিমধ্যে ৰাজনৈতিক মহলত বিভিন্ন চৰ্চা হোৱা পৰিলক্ষিত হৈছে।

Previous Post

জালুকবাৰী উৰণীয়া সেতুত ফাট, দুৰ্ঘটনাৰ আশংকা

Next Post

স্পাইচজেটৰ অনলাইন ছীষ্টেম হেক!

Related Posts

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
Next Post
স্পাইচজেটৰ অনলাইন ছীষ্টেম হেক!

স্পাইচজেটৰ অনলাইন ছীষ্টেম হেক!

কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে অভিনেত্ৰীক

কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে অভিনেত্ৰীক

শিক্ষক নিযুক্তি! প্ৰতিখন চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ৮জনকৈ শিক্ষকক দিয়া হব নিযুক্তি

শিক্ষক নিযুক্তি! প্ৰতিখন চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ৮জনকৈ শিক্ষকক দিয়া হব নিযুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8