• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

নিউজ ডেস্ক by নিউজ ডেস্ক
November 10, 2022
in ৰাজনীতি, অসম
1 min read
0
অসমত লুপ্ত হ’ল ৰেভিনিউ টাউন
Share on FacebookShare on Twitter
  • APDCLৰ তৰফৰ পৰা ৫৮ লাখ স্মাৰ্ট মিটাৰ স্থাপন কৰাক লৈ অনুমোদন প্ৰদান। একাংশ স্থানত পুৰণি মিটাৰৰ তুলনাত স্মাৰ্ট মিটাৰত বিল অধিক অহা বুলি অভিযোগ উত্থাপিত হোৱা বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ৩০ দিনলৈ পুৰণি মেনুৱেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুয়োটা দিয়া হ’ব।যাতে ৰাইজৰ কোনো অসুবিধা নহয়।
  • কেবিনেটে তিনিটা নতুন গ্ৰীড নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰিছে। বৰপেটা, শালাকাঁঠী আৰু হাটচিঙিমাৰীত তিনিটা গ্ৰীডৰ বাবে অনুমোদন প্ৰদান। ইয়াৰ বাবে ৫৬.৭৬ কোটি টকা অনুমোদন কৰা হৈছে।

In today’s #AssamCabinet, we took a number of vital decisions regarding installation of Smart Meters, enhancement of power supply, inclusion of retired army personnel in police training and bringing parity in pay/promotion of ACS & APS officers. pic.twitter.com/L6ctuxChaK

— Himanta Biswa Sarma (@himantabiswa) November 9, 2022

  • APS আৰু ACS বিষয়া সকলৰ পদোন্নতিৰ ক্ষেত্ৰত হৈ থকা সমস্যাসমূহ দূৰ কৰাৰ বাবেও কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। IAS আৰু IPS বিষয়াসকলৰ পদোন্নতিৰ যি প্ৰক্ৰিয়া সেই একে প্ৰক্ৰিয়াৰ দ্বাৰা APS আৰু ACS বিষয়া সকলৰো পদোন্নতি হ’ব।
  • কেবিনেটে অসম আৰক্ষী আৰু অধিক সক্ষম তথা শক্তিশালী হোৱাৰ বাবে ৩৬ গৰাকী অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়াক লোৱাৰ সিদ্ধান্ত লৈছে। তেওঁলোকে অসম আৰক্ষীৰ যিমানবোৰ বেটেলিয়ান আছে তাত প্ৰশিক্ষণ প্ৰদান কৰিব।
  • অহা ২৩ আৰু ২৪ নবেম্বৰত দিল্লীত উদযাপন কৰা হ’ব লাচিত দিৱস। দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া লাচিত দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • লাচিত দিৱস সুচাৰুৰূপে উদযাপন কৰাৰ বাবে কেইবাখনো কমিটী গঠন কৰা হৈছে।তাৰে এখন হৈছে এপেক্স কমিটী।এই কমিটীখনক নেতৃত্ব প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Previous Post

ৰাজ্যত অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন নাইঃ ৰণোজ পেগু

Next Post

আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন!

Related Posts

সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
আজি লাচিত দিৱস
সংবাদ

আজি লাচিত দিৱস

November 24, 2023
Viksit Bharat Sankalp Yatra reaches Darrang District of Assam
News

Viksit Bharat Sankalp Yatra reaches Darrang District of Assam

November 23, 2023
GMC ৰ বোকা নিষ্কাশন কেলেংকাৰীৰ অভিযুক্ত ঠিকাদাৰ মিঠু আগৰৱালাক গ্ৰেপ্তাৰ
ক্ৰাইম

কাকপথাৰৰ বিস্ফোৰণৰ পিছতে আটক আলফা (স্বাঃ)ৰ কেডাৰ

November 23, 2023
Next Post
কটন বিশ্ববিদ্যালয়ৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত মাৰপিট!

আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন!

কাৰাগাৰলৈ প্ৰেৰণ ধূলা কাণ্ডৰ তিনিওগৰাকী চিকিৎসকক

কাৰাগাৰলৈ প্ৰেৰণ ধূলা কাণ্ডৰ তিনিওগৰাকী চিকিৎসকক

বিজেপিৰ দখলত দেউৰী স্বায়ত্ব শাসিত পৰিষদ

বিজেপিৰ দখলত দেউৰী স্বায়ত্ব শাসিত পৰিষদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8