• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জম্মু-কাশ্মীৰ আৰক্ষীৰ পদকৰ পৰা আঁতৰিল শ্বেইখ মহম্মদ আব্দুল্লাৰ ফটো

নিউজ ডেস্ক by নিউজ ডেস্ক
May 25, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
জম্মু-কাশ্মীৰ আৰক্ষীৰ পদকৰ পৰা আঁতৰিল শ্বেইখ মহম্মদ আব্দুল্লাৰ ফটো
Share on FacebookShare on Twitter

বীৰত্ব আৰু মেধাপূৰ্ণ সেৱাৰ বাবে জম্মু-কাশ্মীৰ আৰক্ষীক দিয়া পদকত থকা শ্বেইখ মহম্মদ আব্দুল্লাৰ ছবি আঁতৰোৱা হৈছে। উল্লেখ্য যে, ভাৰতত কাশ্মীৰ চামিল হোৱাৰ সময়ত বিশেষ ভূমিকা পালন কৰিছিল এই গৰাকী নেতাই। সেয়েহে তেওঁৰ নামত জম্মু-কাশ্মীৰ আৰক্ষীত শ্বেৰ-এ-কাশ্মীৰ নামৰ এটা মেডেল প্ৰদান কৰি অহা হৈছিল।

জম্মু-কাশ্মীৰ প্ৰশাসনে পূৰ্বৰ মু্খ্যমন্ত্ৰী শ্বেইখ আব্দুল্লাৰ ফটো ৰাষ্ট্ৰীয় প্ৰতীকৰ পৰা সলনি কৰাৰ লগতে তেওঁৰ নামত দি অহা শ্বেৰ-এ-কাশ্মীৰ মেডেলৰ নাম সলনি কৰি জম্মু-কাশ্মীৰ পুলিচ মেডেল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰশাসনৰ এই সিদ্ধান্তক শ্বেইখ আব্দুল্লাই স্থাপিত কৰা নেছনেল কনফাৰেন্সৰ লগতে অন্য বহু দল সংগঠনে সমালোচনা কৰে। উল্লেখ্য যে, কাশ্মীৰক ভাৰতত অন্তৰ্ভুক্ত কৰাত আব্দুল্লাৰ বহু অৰিহণা থকাৰ উপৰিও ১৯৪৭ চনত কাশ্মীৰ দখল কৰিবলৈ বিচৰা পাকিস্তানী আক্ৰমণকাৰী সকলৰ বিৰুদ্ধেও  তেওঁ থিয় দিছিল।

Previous Post

শিলসাঁকোৰ পিছত এইবাৰ ঢকুৱাখনাত চলিল প্ৰশাসনৰ বুলডজাৰ

Next Post

মৌচুমীৰ প্ৰভাৱত অসমৰ লগতে কেইবাখনো ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজি নিশাৰ পৰাই ৰাজ্যত হ’ব প্ৰবল  ধুমুহা বৰষুণ

মৌচুমীৰ প্ৰভাৱত অসমৰ লগতে কেইবাখনো ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ!

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

জালুকবাৰী উৰণীয়া সেতুত ফাট, দুৰ্ঘটনাৰ আশংকা

জালুকবাৰী উৰণীয়া সেতুত ফাট, দুৰ্ঘটনাৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8