• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অগ্নিগৰ্ভা শ্ৰীলংকাত আৰম্ভ হৈছে নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি!

নিউজ ডেস্ক by নিউজ ডেস্ক
May 12, 2022
in ৰাজনীতি
1 min read
0
অগ্নিগৰ্ভা শ্ৰীলংকাত আৰম্ভ হৈছে নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি!
Share on FacebookShare on Twitter
বৃহৎ অৰ্থনৈতিক সংকটৰ মাজেৰে পাৰ হোৱা শ্ৰীলংকাত অব্যাহত আছে হিংসাত্মক প্ৰতিবাদ। দেশখনৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেই পদত্যাগ কৰি পৰিয়ালসহ দেশ এৰি পলায়ন কৰাৰ লগতে চৰকাৰী পক্ষৰ সমৰ্থক, নেতা, চৰকাৰী বিষয়াক জনসাধাৰণে য’তেই দেখিছে তাতেই ৰাজহুৱাকৈ মাৰধৰ কৰিছে। গণৰোষৰ বলি হৈ বহুকেইজনৰ ইতিমধ্যে মৃত্যুও হৈছে।

ইফালে দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ বিৰুদ্ধেও অব্যাহত আছে প্ৰতিবাদ। এই প্ৰতিবাদকো নেওচি ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই এতিয়াও শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হৈ আছে। তেওঁ পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ পৰিৱৰ্তে এই সপ্তাহৰ ভিতৰতে দেশখনত নতুন প্ৰধানমন্ত্ৰী আৰু কেবিনেট নিযুক্তি দিব বুলি ঘোষণা কৰিছে। দেশখনত সাংবিধানিক সংস্কাৰ প্ৰৱৰ্তন কৰিবলৈ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে সাজু হৈছে। ৰাষ্ট্ৰক সম্বোধন কৰি ৭২ বছৰীয়া গোটাবায়াই কয় যে, নতুন প্ৰধানমন্ত্ৰী আৰু চৰকাৰ নিযুক্তিৰ পিছত সংবিধানৰ ১৯ তম সংশোধনীৰ বিষয়বস্তু প্ৰস্তুত কৰাৰ বাবে এক সাংবিধানিক সংশোধনী উত্থাপন কৰা হ’ব। যিয়ে সংসদক অধিক ক্ষমতা প্ৰদান কৰিব।

গোটাবায়াই কয়, “মই যুৱ মন্ত্ৰীসভা নিয়োগ কৰিম য’ত ৰাজপাক্ষে পৰিয়ালৰ কোনো সদস্য নাথাকিব। তেওঁ দেশখনক বিশৃংখল পৰিস্থিতিত উপনীত হোৱাত বাধা দিবলৈ ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিছে। সাংবিধানিক নীতি অনুসৰি ৰাষ্ট্ৰপতিয়ে কেবিনেট দেশ চলাই আছে যদিও শীঘ্ৰেই চৰকাৰ গঠন নহলে শ্ৰীলংকা সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব বুলি ইতিমধ্যে প্ৰকাশ পাইছে।

চলিত সপ্তাহত শ্ৰীলংকাত সংঘটিত হৈছে ব্যাপক হিংসাত্মক ঘটনা। তদুপৰি যোৱা ৯ মে’ত শ্ৰীলংকাত প্ৰধানমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহৰ প্ৰৱেশদ্বাৰ জ্বলাই দিয়াৰ লগতে তেওঁৰ পিতৃ গৃহ, ৰাজপাক্ষে সংগ্ৰহালয়ৰ লগতে আন কেইবাজনো সাংসদৰ ঘৰতো অগ্নি সংযোগ কৰিছিল।
Previous Post

কাইলৈৰ পৰা গুৱাহাটীত নাপাব পেট্ৰ’ল, ডিজেল!

Next Post

গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান

গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

শৰীৰত ভিটামিন-চি ৰ অভাৱ পূৰণ কৰিবলৈ আহাৰত কি খাব আপুনি?

শৰীৰত ভিটামিন-চি ৰ অভাৱ পূৰণ কৰিবলৈ আহাৰত কি খাব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8