- অসমৰ ৫টা ইছলাম ধৰ্মাৱলম্বী লোকলৈ স্বীকৃতি কেবিনেটৰ।
- ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
- মুঠ ৫ টা ইছলাম ধৰ্মাৱলম্বী লোকলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি।
- গৰীয়া, মৰিয়া, দেশী, জলাহ আৰু ছৈয়েদলৈ এই স্বীকৃতি।
- হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বহা কেবিনেটৰ এই সিদ্ধান্ত।
At our weekly #AssamCabinet, we took several decisions pertaining to scrapping of old vehicles, identification of 5 indigenous Muslim groups, exempting ex-servicemen & their widows from paying property tax, boost to renewable energy, improving data access, etc. pic.twitter.com/3a56XLQfd7
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 5, 2022
- নগৰ উন্নয়ন চেয়াৰমেন, সদস্যসকলৰ পাৰিতোষিক বৃদ্ধি।
- পৌৰপতিৰ দৰমহা ১০ৰ পৰা ১৫ হাজাৰ টকালৈ বৃদ্ধি।
- উপ-পৌৰপতিৰ দৰমহা ৭ৰ পৰা ১২ হাজাৰ টকালৈ বৃদ্ধি।
- সদস্যসকলৰ দৰমহা ৫ৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি।
- প্রাক্তন সৈনিক আৰু তেওঁলোকৰ পত্নীয়ে দিব নালাগে সম্পত্তিৰ কৰ।