• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 26, 2023
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
Share on FacebookShare on Twitter

গণৰাজ্য দিৱস উপলক্ষে সৰ্বমুঠ ১,২৬৮ টা বিচাৰ প্ৰক্ৰিয়াৰ শুনানী ১৩ টা ভাষাত কৰিলে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয় কেৱল উচ্চ শিক্ষিতৰ বাবে নহয়, সাধাৰণ নাগৰিকৰ বাবেও যে সেই কথা প্ৰমাণ কৰিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ে।

এই সন্দৰ্ভত, বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়া দিনটোৰ বাবে আৰম্ভ হোৱাৰ পূৰ্বেই মুখ্য ন্যায়াধীশ গৰাকীয়ে বিচাৰপীঠক উদ্দেশ্যি মন্তব্য প্ৰদান কৰে যে, প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ বাবে মুঠ ১,০৯১ টা গোচৰ হিন্দীলৈ, ২১ টা ওডীয়ালৈ, ১৪ টা মাৰাঠীলৈ, ৪ টা অসমীয়ালৈ, এটা গাৰোলৈ, ১৭ টা ক‍ান্নাড়ালৈ, এটা খাচীলৈ, ২৯টা মালায়লমলৈ, ৩ টা নেপালীলৈ, ৪ টা পাঞ্জাবীলৈ, ৫২ টা তামিললৈ, ২৮টা তেলেগুলৈ আৰু ৩ টা উৰ্দুলৈ ইতিমধ্যে তৰ্জমা কৰা হৈছে। এই শুনানী কেইটা ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ৰিপ’ৰ্টেবল জাজমেন্টৰ পোৰ্টেল অৰ্থাৎ ই-এচ চি আৰত উপলব্ধ কৰা হৈছে। যি উচ্চতম ন্যায়ালয়ৰ শুনানীৰ ইলেক্ট্ৰ’নিক ভাৰ্জন। যাৰ ফলত এই ৱেবছাইটো ব্যৱহাৰকাৰী এজনে অতি সহজেই শুনানী সংক্ৰান্তীয় শব্দ চাৰ্চ কৰি লাভ কৰিব পাৰিব সেই বিশেষ শব্দটোৰ সৈতে জড়িত বিচাৰসমূহৰ তথ্য।

উল্লেখ্য যে, ভাৰতীয় বিচাৰ ব্যৱস্থাত বহু ক্ষেত্ৰত ইংৰাজী ভাষাৰ আধিপত্য দেখাৰ ওপৰিও ঔপনিৱেশিক মনোবৃত্তিও ইয়াৰ পূৰ্বে পৰিলক্ষিত কৰা হৈছিল। উদাহৰণস্বৰূপে, ন্যায়াধীশ এগৰাকীক কৰা সম্বোধনটোও ইংৰাজৰ ঔপনিৱেশিক মনোবৃত্তিৰেই ফল। 

Previous Post

আজি গণৰাজ্য দিৱস

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8