• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

টেট উত্তীৰ্ণক খেদি খেদি প্ৰহাৰ আৰক্ষীৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 13, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
টেট উত্তীৰ্ণক খেদি খেদি প্ৰহাৰ আৰক্ষীৰ!
Share on FacebookShare on Twitter

বিধানসভা ঘেৰাও কৰিবলৈ যোৱা টেট উত্তীৰ্ণক আধা বাটতে বাধা দি খেদি খেদি আৰক্ষীয়ে প্ৰহাৰ কৰাৰ দৃশ্যই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, বিহাৰ বিধানসভাৰ শীতকালীন অধিৱেশনৰ মাজতে বিভিন্ন সমস্যাৰ বাবে সদনৰ ভিতৰত বিৰোধীয়ে চৰকাৰৰ বিভিন্ন নীতিৰ সমালোচনাৰে পৰিৱেশ হুলুস্থুলীয়া কৰি তোলাৰ সমান্তৰালকৈ বিধানসভাৰ বাহিৰতো প্ৰতিবাদেৰে উত্তাল হৈ পৰিছে।

বিশেষকৈ যোৱা ৩ বছৰে নিযুক্তিৰ পৰা বঞ্চিত হৈ থকা টেটে উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীয়ে নিযুক্তি লাভৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। টেট উত্তীৰ্ণ এইসকল যুৱক-যুৱতীয়ে হাতত ৰঙা গোলাপ লৈ বিধানসভা ঘেৰাও কৰাৰ উদ্দেশ্যৰে সমদল কৰি আগবাঢ়িছিল যদিও আধা বাটতে আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে। ফলত তেওঁলোকে ৰাজপথত বহি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁলোকক অতি নিৰ্মম ভাৱে প্ৰহাৰ কৰে। 

উল্লেখ্য যে, প্ৰতিবাদী টেট উত্তীৰ্ণসকলে ৩ বছৰ ধৰি তেওঁলোকক নিযুক্তি প্ৰদানৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে এই বিষয়ত এই পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা নাই। সেয়ে নিযুক্তিৰ দাবীৰে প্ৰতিবাদত চামিল হোৱা এই টেট উত্তীৰ্ণ সকলৰ দাবী, হয় নিযুক্তি দিয়ক নহয় মাৰি পেলাওক। তেওঁলোক কাৰাগাৰলৈ যাবলৈও প্ৰস্তুত বুলিও মন্তব্য কৰিছে।

Previous Post

চীনৰ পৰা ধন লৈছিল ৰাজীৱ গান্ধী ফাউণ্ডেচনে!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, অধিবক্তাও হ’ব পাৰিব APSCৰ অধ্যক্ষ, সদস্য
ৰাজনীতি

APSC কেলেংকাৰীত জড়িত ৩২জন ৰাজপত্ৰিত বিষয়াক আটক

November 22, 2023
এণ্ড’স্কপি কেমেৰাত বন্দী উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক!
সংবাদ

এণ্ড’স্কপি কেমেৰাত বন্দী উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক!

November 21, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

পৰিবহন নিগমত চালক প্ৰশিক্ষণ কার্যসূচীৰ শুভাৰম্ভ

পৰিবহন নিগমত চালক প্ৰশিক্ষণ কার্যসূচীৰ শুভাৰম্ভ

পশ্চিম গুৱাহাটীৰ উমশ্ৰুত চকু চিকিৎসা শিবিৰ

পশ্চিম গুৱাহাটীৰ উমশ্ৰুত চকু চিকিৎসা শিবিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8