• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ছেবাৰ কাৰ্যালয়ৰ সন্মুখত টেট উত্তীৰ্ণৰ আত্মজাহৰ হুংকাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 18, 2022
in ৰাজনীতি, অসম, সংবাদ
0
ছেবাৰ কাৰ্যালয়ৰ সন্মুখত টেট উত্তীৰ্ণৰ আত্মজাহৰ হুংকাৰ
Share on FacebookShare on Twitter

আজি পুৱাই উত্তপ্ত হৈ পৰিল ছেবাৰ কাৰ্যালয়। ২০২১ত অনুষ্ঠিত হোৱা বিশেষ টেটৰ ফলাফল আজি পৰ্যন্ত ঘোষণা নোহোৱাৰ ফলত বিশেষ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ লগতে ২০২১ ৰ টেট পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে ছেবাৰ কাৰ্যালয়ৰ সন্মুখত। প্ৰতিবাদকাৰী টেট পৰীক্ষাৰ্থীসকলে কয় যে, তেওঁলোকে অতিৰিক্ত নম্বৰ বিচাৰি প্ৰতিবাদ কৰা নাই। তেওঁলোকে ন্যায় বিচাৰিহে প্ৰতিবাদ কৰিছে। বিশেষ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত আজিও সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হোৱা নাই। ইয়াৰোপৰি ২০২১ বৰ্ষত অনুষ্ঠিত হোৱা টেট পৰীক্ষাত বহু বিসংগতিৰ সৃষ্টি হৈছিল। যাৰ বাবে এই টেট উত্তীৰ্ণ শিক্ষাৰ্থীসকলে তথ্য সহকাৰে ছেবাক সেই বিষয়ে অৱগত কৰিছিল। কিন্তু ছেবাই প্ৰতিবাৰেই ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে বুলিও মন্তব্য কৰাৰ উপৰিও একাংশ পৰীক্ষাৰ্থীয়ে তেওঁলোকৰ লগত ন্যায় নহ’লে আত্মজাহৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও স্পষ্টকৈ উল্লেখ কৰিছে। পূৰ্বে হোৱা আলোচনাত ছেবাই সমগ্ৰ প্ৰক্ৰিয়াত হৈ যোৱা বিসংগতি সমূহৰ বাবে এক কমিটী গঠন কৰিব আৰু কমিটীৰ প্ৰতিবেদন অনুসৰি পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও ছেবাই আজি পৰ্যন্ত সেই কমিটী গঠন নকৰিলে। ক্ষোভিত পৰীক্ষাৰ্থীসকলে কয় যে, শিক্ষক নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটোৱেই ভুল। ২০২১ৰ টেট পৰীক্ষাৰ ১৫ টা এনছাৰ কী ভুল আছিল। যাৰ বাবে শিক্ষাৰ্থীসকলে উপযুক্ত নম্বৰৰ পোৱাৰ পৰা বঞ্চিত হৈছিল।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

নামনিৰ বাবে এক ঐতিহাসিক দিনঃ মুকলি হ’ল নিউ ময়নাগুৰি-যোগীঘোপা ৰে’ল পথ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নামনিৰ বাবে এক ঐতিহাসিক দিনঃ মুকলি হ’ল নিউ ময়নাগুৰি-যোগীঘোপা ৰে’ল পথ

নামনিৰ বাবে এক ঐতিহাসিক দিনঃ মুকলি হ’ল নিউ ময়নাগুৰি-যোগীঘোপা ৰে’ল পথ

কণ্টেইনমেণ্ট জ’নত পৰিণত হ’ল গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

কণ্টেইনমেণ্ট জ'নত পৰিণত হ'ল গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

পি এম কেয়াৰ্ছ ফাণ্ডৰ ৱেবচাইটৰ পৰা আতৰিব নৰেন্দ্ৰ মোডীৰ ফটো, নাম!

পি এম কেয়াৰ্ছ ফাণ্ডৰ ৱেবচাইটৰ পৰা আতৰিব নৰেন্দ্ৰ মোডীৰ ফটো, নাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8