• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ ১৯৫১ হ’বই লাগিব!

চিংফৌ, টাংছা, ছেমা, টাইফাকে, সোনোৱাল কছাৰী আৰু মৰাণ জনগোষ্ঠীৰ দাবী

নিউজ ডেস্ক by নিউজ ডেস্ক
November 10, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ ১৯৫১ হ’বই লাগিব!
Share on FacebookShare on Twitter

অসমৰ পূৱ প্ৰান্তৰ খিলঞ্জীয়া জনগোষ্ঠী চিংফৌ, টাংছা, ছেমা, টাইফাকে, সোনোৱাল কছাৰী আৰু মৰাণ জনগোষ্ঠীৰ জাতীয় সংগঠনে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে মহাসংঘই ছুপ্ৰিম কৰ্টত চলাই থকা ৫৬২/২০১২ নং গোচৰলৈ পূৰ্ণ সমৰ্থন জনাইছে। লগতে মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান বনাম ভাৰত চৰকাৰ ১৫১৪/২০১৯ নং নাগৰিকত্ব সংশোধনী আইন, ২০১৯ ৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টত চলি থকা গোচৰত সহযোগী গোচৰীয়া হিচাপে শপতনামা দি জড়িত হৈছে সোনোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি শান্তনু দাস বৰহাজোৱাল, চিংফৌ জাতীয় পৰিষদৰ সভাপতি ৰজা বিচা নং চিংফৌ, টাইফাকে জাতীয় পৰিষদৰ উপ-সভাপতি আই মৌন ছাখাপ, টাংছা নগা জাতীয় পৰিষদৰ সভাপতি নং ইয়ং কুক, ছেমা নগা জাতীয় পৰিষদৰ সভাপতি কাহ’ত ছেমা, মৰাণ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অজিত মৰাণ আৰু চাবুৱাৰ মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দ চন্দ্ৰ গোস্বামীয়ে।আজি মাকুমত বনমালী সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত উল্লিখিত জাতীয় সংগঠন কেইটাৰ নেতৃত্বই এক যুটীয়া প্ৰেছ টোকাত কয় যে অসমত বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ ১৯৭১ বা ২০১৪ কেতিয়াও হ’ব নোৱাৰে, দেশৰ সংবিধান অনুসৰি ১৯৫১ হ’বই লাগিব। লগতে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ(২০০৭)ৰ ভিত্তিত অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ সুৰক্ষা বিচাৰি মহাসংঘৰ সৈতে ছুপ্ৰিম কৰ্টৰ গোচৰত জড়িত হৈ আছে বুলিও উল্লেখ কৰে সংগঠন কেইটাই।
ছুপ্ৰিম কৰ্টৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে দেশৰ সংবিধান অনুসৰি আৰু আন্তঃৰাষ্ট্ৰীয় নীতিৰ আধাৰত অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ন্যায়সঙ্গত ৰায় দান কৰিব বুলি সংগঠন কেইটা আশাবাদী বুলি স্পষ্ট ভাবে কয় ।

১. শান্তনু দাস বৰহাজোৱাল
প্ৰাক্তন সভাপতি
সোনোৱাল কছাৰী জাতীয় পৰিষদ

২. চেংগাম লাব্ৰাম
সভাপতি
সদৌ চিংফৌ জাতীয় পৰিষদ

৩. আই মৌন ছাখাপ
উপ-সভাপতি
সদৌ অসম টাই ফাকে জাতীয় পৰিষদ

৪. নং ইয়ং কুক
সভাপতি
টাংছা নগা জাতীয় পৰিষদ

৫. কাহ’ট ছেমা
সভাপতি
ছেমা নগা জাতীয় পৰিষদ

৬. অজিত মৰাণ
প্ৰাক্তন সম্পাদক
মৰাণ সাহিত্য সভা

৭. মুকুন্দ চন্দ্ৰ গোস্বামী
সত্ৰাধিকাৰ
মায়ামৰা দিনজয় সত্ৰ, চাবুৱা

Previous Post

সুখবৰ! বেলতলা মহাবিদ্যালয়ে লাভ কৰিলে ‘নাক’ৰ দ্বাৰা ‘ বি+’ গ্ৰেড

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন
সংবাদ

সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন

November 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আৰক্ষীৰ অভিযানত চোৰাং তেল পৰিবাহী টেংকাৰ জব্দ!

আৰক্ষীৰ অভিযানত চোৰাং তেল পৰিবাহী টেংকাৰ জব্দ!

মহানগৰীত জিলা পৰিবহণ বিভাগৰ অভিযান!

মহানগৰীত জিলা পৰিবহণ বিভাগৰ অভিযান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8