• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ৰোনা মহামাৰী অন্ত পৰিলেই বলৱৎ হ’ব CAA!

নিউজ ডেস্ক by নিউজ ডেস্ক
May 6, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
ক’ৰোনা মহামাৰী অন্ত পৰিলেই বলৱৎ হ’ব CAA!

Amit Shah. (File Photo: IANS)

Share on FacebookShare on Twitter
  • বিগত বিধানসভা নিৰ্বাচনত পশ্চিমবংগত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত ৫ মে’ত প্ৰথমবাৰলৈ পশ্চিম বংগত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।
  • মমতা বেনাৰ্জীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী।
  • শিলিগুৰিত এক বিশাল জনসভা সম্বোধন কৰি শ্বাহে কয় যে কোৰোনা মহামাৰী অন্ত পৰিলেই বলৱৎ কৰা হ’ব CAA (নাগৰিকত্ব সংশোধনী আইন)।
  • শ্বাহে কয়, মমতা দিদি, আপুনি বিচাৰে অনুপ্ৰৱেশ অব্যাহত থাকক, বাংলাদেশৰ পৰা অহা শৰণাৰ্থী সকলে নাগৰিকত্ব নাপাঁওক। তৃণমূল কংগ্ৰেছীসকলে কাণ খুলি শুনক ‘কা’ বাস্তৱ আছিল, আছে আৰু থাকিব। মমতা দিদি আপুনি একোৱেই কৰিব নোৱাৰিব।
  • অমিত শ্বাহে বংগৰ জনসাধাৰণক ধন্যবাদ জনাই কয় যে, আমি যেতিয়া যুঁজত নামিছিলো তেতিয়া বিধানসভাত আমাৰ আসনৰ সংখ্যা আছিল মাত্ৰ ৩ খন আৰু এতিয়া আমাৰ আসন ৭৭ খন।
Previous Post

বাঘজান কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকা! OILৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

Next Post

এই কেইটা কাম কৰিলে উচ্চ ৰক্তচাপৰ পৰা ১০০% ই পৰিত্ৰাণ পাব

Related Posts

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!
ক্ৰাইম

টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!

June 7, 2023
আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল
শিক্ষা

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

June 6, 2023
বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰী দলৰ মক্কালৈ ৰাওনা
ৰাজনীতি

বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰী দলৰ মক্কালৈ ৰাওনা

June 6, 2023
বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অগপত ৩০ যুৱক-যুৱতীৰ যোগদান
ৰাজনীতি

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অগপত ৩০ যুৱক-যুৱতীৰ যোগদান

June 6, 2023
চোৰাং কাঠ বেপাৰীৰ আক্ৰমণত নিহত বনকৰ্মীক জাতীয় বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ
অসম

চোৰাং কাঠ বেপাৰীৰ আক্ৰমণত নিহত বনকৰ্মীক জাতীয় বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ

June 6, 2023
Next Post
এই কেইটা কাম কৰিলে উচ্চ ৰক্তচাপৰ পৰা ১০০% ই পৰিত্ৰাণ পাব

এই কেইটা কাম কৰিলে উচ্চ ৰক্তচাপৰ পৰা ১০০% ই পৰিত্ৰাণ পাব

ক’ভিডৰ বাবেই স্থগিত হ’ল এছিয়ান গেমছ

ক'ভিডৰ বাবেই স্থগিত হ'ল এছিয়ান গেমছ

বিধায়কৰ বাঢ়িল দৰমহা!

বিধায়কৰ বাঢ়িল দৰমহা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8