• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰী দলৰ মক্কালৈ ৰাওনা

নিউজ ডেস্ক by নিউজ ডেস্ক
June 6, 2023
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰী দলৰ মক্কালৈ ৰাওনা
Share on FacebookShare on Twitter

বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ হজ সমাপনৰ বাবে ছৌদি আৰবৰ মক্কালৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা হজযাত্ৰা ইতিমধ্যেই আৰম্ভ হৈছে বিগত ২১ মে’ৰ পৰা। ইফালে কেন্দ্ৰীয় হজ কমিটীৰ নিৰ্দেশনা অনুসৰি ৰবিবাৰৰ পৰা অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্যকেইখনৰ হজযাত্ৰা আৰম্ভ হৈছে। উল্লেখযোগ্য যে এইবেলি অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ পৰা ৬,৩০২ জন হজযাত্ৰী পবিত্ৰ হজ সমাপন কৰাৰ বাবে মক্কালৈ যাব। ইয়াৰে ৪,২৮১ জন পুৰুষ আৰু ২,০২১ জনী মহিলা। তেনেদৰে অসমৰ পৰা যাবলগীয়া মুঠ হজযাত্ৰীৰ সংখ্যা হল ৬,১৮৯ জন। ৰবিবাৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ হজযাত্ৰীৰ ২৪৫ জনীয়া প্ৰথমটো দল ইণ্ডি ‘ বিমানৰে দুপৰীয়া আৰু বিয়লি দুখন বিশেষ বিমানৰে নতুন দিল্লী আৰু মুম্বাই হৈ মক্কা অভিমুখে ৰাওনা হৈছে।

ইয়াৰ ভিতৰত দূপৰীয়া ১২.৫০ বজাত নতুন দিল্লী হৈ মক্কালৈ যাত্ৰা কৰা বিমানখনত ১৭৫ জন হজযাত্ৰী ৰাওনা হৈছে। বিয়লি ৪.৩০ বজাত মুম্বাই হৈ মক্কালৈ যাত্ৰা কৰা কৰা বিমানখনত ৭০ জন হজযাত্ৰী ৰাওনা হৈছে। মাজনিশা এক বজাৰ পাছত আৰু কাইলৈ পুৱাৰ ভাগত হজযাত্ৰীৰ দুয়োটা দল গৈ মক্কাৰ সমীপৰ জেদ্দা আন্তৰ্জাতিক বিমানবন্দৰত গৈ উপস্থিত হব। দুপৰীয়া যাত্ৰা কৰা প্ৰথমখন বিমানত ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ আৰু উত্তৰ পূব হজ অভ্যৰ্থনা সমিতিৰ সভাপতি নেকিবুৰ জামান আৰু বিজেপিৰ সংখ্যালঘু কোষৰ সভাপতি চৈয়দ মমিনুল আৱলো পৱিত্ৰ হজ সমাপনৰ বাবে মক্কা অভিমুখে ৰাওনা হৈছে। আনহাতে পুৱা ১০ বজাত বৰঝাৰ বিমানবন্দৰত স্থাপন কৰা হজযাত্ৰী অভ্যৰ্থনা কক্ষৰ সন্মুখত পতাকা জোকাৰি হজযাত্ৰীৰ দলটোক বিদায় জনোৱা হয়। এই উপলক্ষে ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে হজযাত্ৰী সকলক যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোক সকলোৱে বিশ্বৰ কল্যাণৰ বাবে মক্কাত দোৱা কৰিব বুলি আশা ব্যক্ত কৰে আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হজযাত্ৰী সকলে মক্কাত থকা সময়ছোৱাত কোনো ধৰণৰ যাতে অসুবিধা নাপাই তাৰ বাবে দিয়া নিৰ্দেশনা সন্দৰ্ভত আলোকপাত কৰে।

ৰাজ্যিক হজ কমিটিৰ সদস্য , বিধায়ক ৰেকিবুদ্দিন আহমেদেও অনুষ্ঠানত উপস্থিত থাকি মহান আল্লাই হজযাত্ৰী সকলৰ হজ কবুল কৰিব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত ৰাজ্যিক হজ কমিটীৰ মুখ্য কাৰ্যবাহী বিষয়া আবুল কালাম আজাদ , সদস্য শ্বহিদুল ইছলাম , বিমানবন্দৰ হজ অভ্যৰ্থনা কমিটিৰ অধ্যক্ষ আলতাভ হুছেইন , কাৰ্যকৰী সভাপতি কাচেম আলী , সাধাৰণ সম্পাদক আছিফ মহম্মদ হুছেইন, সহকাৰী সম্পাদক উমেদ আলীকে ধৰি কেবাজনো কৰ্মকৰ্তা , গুৱাহাটী পৌৰ নিগমৰ এক নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বহুত বক্সি উপস্থিত থাকে । আনহাতে হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে সদৰি কৰা অনুসৰি অসমৰ হজযাত্ৰী সকলে মক্কা আৰু মদিনাত থকা সময়ছোৱাত তেওঁলোক যে অসমৰ পৰা আহিছে তাৰ বাবে ডিঙিত গামোচা লৈ থাকিব আৰু হোটেলৰ সন্মুখত গামোচাৰ পতাকা উৰি থাকিব।

Previous Post

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অগপত ৩০ যুৱক-যুৱতীৰ যোগদান

Next Post

ৰোমাঞ্চকৰ প্ৰচাৰ অভিযানেৰে উদ্ভাৱনৰ ২৬ বছৰ উদযাপন কৰিছে এল জি ইলেক্ট্ৰনিকছ ইণ্ডিয়াই

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
ৰোমাঞ্চকৰ প্ৰচাৰ অভিযানেৰে উদ্ভাৱনৰ ২৬ বছৰ উদযাপন কৰিছে এল জি ইলেক্ট্ৰনিকছ ইণ্ডিয়াই

ৰোমাঞ্চকৰ প্ৰচাৰ অভিযানেৰে উদ্ভাৱনৰ ২৬ বছৰ উদযাপন কৰিছে এল জি ইলেক্ট্ৰনিকছ ইণ্ডিয়াই

আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Yi Guwahati Chapter organized 3rd All Assam Young Achievers Quiz on World Environment Day

Yi Guwahati Chapter organized 3rd All Assam Young Achievers Quiz on World Environment Day

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8