• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ছয়মাহো নিটিকে সিন্দে চৰকাৰ! শাৰদ পাৱাৰৰ দাবী

নিউজ ডেস্ক by নিউজ ডেস্ক
July 4, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ছয়মাহো নিটিকে সিন্দে চৰকাৰ! শাৰদ পাৱাৰৰ দাবী
Share on FacebookShare on Twitter

বিজেপি আৰু শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকলৰ সমৰ্থনত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ল একনাথ সিন্দে। কিন্তু একনাথ সিন্দেৰ চৰকাৰ ছমাহৰ বেছি নিটিকে বুলি মন্তব্য কৰিছে NCP প্ৰধান শাৰদ পাৱাৰে। দলৰ বিধায়কসকলক তেওঁৰ পৰামৰ্শ, ছয় মাহৰ ভিতৰত মহাৰাষ্ট্ৰত পুনৰ নিৰ্বাচন হ’ব পাৰে।

উল্লেখ্য যে, উদ্ধব থাকৰে চৰকাৰৰ অন্যতম সহযোগী আছিল শাৰদ পাৱাৰৰ NCP। মহাৰাষ্ট্ৰত থাকৰে চৰকাৰৰ পতনৰ পিছত দলৰ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হয় এনচিপি প্ৰধানগৰাকী। NCPৰ এগৰাকী বিধায়কে জনাইছে, একনাথ সিন্দে চৰকাৰ খুব বেছি দিন নিটিকে বুলি দাবী কৰে পাৱাৰে।

শাৰদ পাৱাৰে দাবী কৰে যে, কিছুদিনৰ ভিতৰতে শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকল উদ্ধৱ থাকৰেৰ শিবিৰলৈ উভতিবলৈ আৰম্ভ কৰিব। ফলত সংখ্যালঘু হৈ পৰিব সিন্দে চৰকাৰ। এই পৰিস্থিতিত মহাৰাষ্ট্ৰত নতুনকৈ নিৰ্বাচনৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলিয়ে ধাৰণা কৰিছে প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে।

Previous Post

মহানগৰীত মাছ বেপাৰীৰ ৰূপত এইবাৰ ড্ৰাগছ ব্যৱসায়ী!

Next Post

নতুনকৈ গঠন হ’ল কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতি

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
নতুনকৈ গঠন হ’ল কামৰূপ মহানগৰ  জিলা পথ সুৰক্ষা সমিতি

নতুনকৈ গঠন হ'ল কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতি

NCC ৰ বায়ু শাখাৰ জুনিয়ৰ কেডেটৰ উদ্যোগত বানাক্ৰান্তক সাহায্য বিতৰণ

NCC ৰ বায়ু শাখাৰ জুনিয়ৰ কেডেটৰ উদ্যোগত বানাক্ৰান্তক সাহায্য বিতৰণ

বন বিভাগ আৰু CRPF ৰ যৌথ উদ্যোগত গছপুলি ৰোপণ – বিতৰণ

বন বিভাগ আৰু CRPF ৰ যৌথ উদ্যোগত গছপুলি ৰোপণ - বিতৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8