• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা হ’ব গুৱাহাটীৰ ধাৰাপুৰৰ কুমাৰ ইঞ্জিনিয়াৰিঙৰ অধ্যক্ষ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়, সংবাদ
0
প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা হ’ব গুৱাহাটীৰ ধাৰাপুৰৰ কুমাৰ ইঞ্জিনিয়াৰিঙৰ অধ্যক্ষ
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উপদেষ্টা, দেশৰ এগৰাকী আগশাৰীৰ কুটনীতিবিদ, প্ৰাক্তন ৰাষ্ট্ৰদূত দীপক ভোহৰা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ নতুনবস্তিস্থিত কুমাৰ ইঞ্জিনিয়াৰিং নামৰ উদ্যোগিক প্ৰতিষ্ঠানটোৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ১৬ জানুৱাৰীত দীপক ভোহৰাই উদ্যোগিক প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱক এক পত্ৰ প্ৰেৰণ কৰি তেওঁ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব বুলি সন্মতি প্ৰকাশ কৰিছে। পত্ৰখনত পৰিচালন সঞ্চালকৰ অনুৰোধ ৰক্ষা কৰি দায়িত্ব গ্ৰহণ কৰিব বুলি সদৰি কৰি নিয়মীয়াকৈ উদ্যোগিক প্ৰতিষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও সঞ্চালক মণ্ডলী বা বৰ্ড সভাত উপস্থিত থাকিব বুলি পৰিচালন সঞ্চালক কুমাৰ গৌৰৱক আশ্বাস প্ৰদান কৰিছে।

Previous Post

কথক সম্ৰাট পণ্ডিত বিৰজু মহাৰাজৰ দেহাৱসান

Next Post

২৪ ঘণ্টাত দেশত ২.৫৮ লাখ কভিডত আক্ৰান্ত, আমিক্ৰণ সংক্ৰমণৰ ঘটনা ৮,২০৯টা লৈ বৃদ্ধি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
২৪ ঘণ্টাত দেশত ২.৫৮ লাখ কভিডত আক্ৰান্ত, আমিক্ৰণ সংক্ৰমণৰ ঘটনা ৮,২০৯টা লৈ বৃদ্ধি

২৪ ঘণ্টাত দেশত ২.৫৮ লাখ কভিডত আক্ৰান্ত, আমিক্ৰণ সংক্ৰমণৰ ঘটনা ৮,২০৯টা লৈ বৃদ্ধি

এতিয়াৰে পৰা ঘৰতে কৰিব পাৰিব ক’ভিড টেষ্ট

এতিয়াৰে পৰা ঘৰতে কৰিব পাৰিব ক'ভিড টেষ্ট

আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰ; ৯ মাহত জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটি

আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰ; ৯ মাহত জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8