• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

তিনি প্ৰকাৰৰ মুছলমান আছে অসমতঃ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 23, 2022
in ৰাজনীতি, অসম
1 min read
0
২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ
Share on FacebookShare on Twitter

অসমত মুছলমান তিনি প্ৰকাৰৰ। এটা হৈছে খিলঞ্জীয়া মুছলমান, এওঁলোক আমাৰ নিজৰ মানুহ। দ্বিতীয় প্ৰকাৰৰ হৈছে ধৰ্মান্তৰিত মুছলমান, সেইসকল দেশী মুছলমান। তেওঁলোকৰ ঘৰৰ সন্মুখত আজিও তুলসী পুলি আছে। তৃতীয় প্ৰকাৰৰ মুছলমান হৈছে অনুপ্ৰৱেশকাৰী, তেওঁলোকে নিজকে মিঞা বুলি ভাবে, এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

নতুন দিল্লীত মিডিয়া মহামন্থন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে, বর্তমান অসমৰ ১২খন জিলা মিঞা মুছলমানৰ দখলত আছে। যিসকল মুছলমানে মাদ্ৰাছাৰ বিৰুদ্ধে কয়, ইউনিফর্ম চিভিল ক’ডৰ বিৰুদ্ধে কয়, তেওঁলোকহে প্ৰকৃত ভাৰতীয়। মোগলক অসমে ১৭বাৰ বাধা দিলে, পাছত কংগ্ৰেছেহে মোগলক অসমলৈ আনিলে। কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ কংগ্ৰেছত ২২ বছৰ আছিল, কংগ্ৰেছত গান্ধী পৰিয়ালৰ বাহিৰে আন একো নাই। কংগ্ৰেছত দেশ মানেই গান্ধী। কিন্তু বিজেপিত ইয়াৰ সম্পূর্ণ ওলোটা। বিজেপিত দলতকৈও দেশ ওপৰত। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্র সমালোচনা কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে, ৰাহুল গান্ধীৰ কথাৰ সৈতে আলফাৰ কথাৰ কোনো পাৰ্থক্য নাই। পৰেশ বৰুৱায়ো ভাৰতক দেশ বুলি নাভাবে আৰু ৰাহুল গান্ধীয়েও নাভাবে। কেৱল ৰাহুল গান্ধীয়ে ইংৰাজীত কয় আৰু আলফাই অসমীয়াত কয়।

Previous Post

পূৰ্ব পৰিকল্পিত আছিল বটদ্ৰৱা কাণ্ড!

Next Post

APSC 2014ৰ বিসংগতিৰ তদন্তৰ দায়িত্বত বিপ্লৱ শৰ্মা

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
Next Post
APSC 2014ৰ বিসংগতিৰ তদন্তৰ দায়িত্বত বিপ্লৱ শৰ্মা

APSC 2014ৰ বিসংগতিৰ তদন্তৰ দায়িত্বত বিপ্লৱ শৰ্মা

পুনৰ ULFA: ১৫ যুৱকৰ আলফাত যোগদান

আলফাত যোগদান কৰিব বিচৰা ৭ জন যুৱকক গ্ৰেপ্তাৰ

ওহায়ো, টকিঅঃ জাপানত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি

ওহায়ো, টকিঅঃ জাপানত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8