• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিকৃত ৰূপত উপস্থাপন হোৱা ইতিহাস পুনৰ লিখাত বাধা থাকিব নোৱাৰেঃ অমিত শ্বাহ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 25, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়
1 min read
0
বিকৃত ৰূপত উপস্থাপন হোৱা ইতিহাস পুনৰ লিখাত বাধা থাকিব নোৱাৰেঃ অমিত শ্বাহ
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে কয় যে ”কোনেও আমাক “বিকৃত” ইতিহাস পুনৰ লিখত বাধা দিব নোৱাৰে। বুৰঞ্জীবিদ আৰু শিক্ষাৰ্থীসকলে ভাৰতৰ বিভিন্ন প্ৰান্তত ১৫০ বছৰতকৈও অধিক সময় শাসন কৰা ৩০ সাম্ৰাজ্য আৰু দেশৰ স্বাধীনতাৰ বাবে ত্যাগ কৰা ৩০০ তকৈও অধিক ব্যক্তিত্বৰ ওপৰত গৱেষণা কৰি প্ৰকৃত ইতিহাস লিখিব লাগে”। মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে দিল্লীত আয়োজন হোৱা অনুষ্ঠানত অংশ গ্ৰহণ কৰি অমিত শ্বাহে এই মন্তব্য কৰে।

লগতে কয় যে লাচিত বৰফুকন নহলে উত্তৰ পূৱ কেতিয়াও ভাৰতৰ অংশ নহ’লহেতেন। কিয়নো তেওঁ কেৱল অসমকেই নহয় সমগ্ৰ দক্ষিণ এছিয়াক ধৰ্মান্ধ আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিছিল। শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই কয় যে লাচিত বৰফুকনৰ বিষয়ে হিন্দীৰ লগতে অন্য ১০ টা ভাষালৈ অনুবাদ কৰিব লাগে।

লগতে অমিত শ্বাহে কয় যে, মোক বহুতে অভিযোগ দিয়ে যে ইতিহাস বিকৃত ৰূপত উপস্থাপন কৰা হৈছে। যদি এনে হয় তাক শুদ্ধ কৰাত কোনো বাধা দিছে? সঁচা ইতিহাস লিখাৰ বাবে আমাক কোনোৱে ৰখাব নোৱাৰে। উল্লেখ্য যে, দিল্লীত ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে লাচিত বৰফুকনৰ জন্মজয়ন্তী। এই অনুষ্ঠানতে বৃহস্পতিবাৰে উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

Previous Post

মেঘালয়ৰ মুখ্যমন্ত্ৰীক মুক্ৰ’ ঘটনাৰ CBI তদন্তৰ আশ্বাস দিলে অমিত শ্বাহে!

Next Post

কামৰূপৰ বকোত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা, গ্ৰেপ্তাৰ এজন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কামৰূপৰ বকোত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা, গ্ৰেপ্তাৰ এজন

কামৰূপৰ বকোত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা, গ্ৰেপ্তাৰ এজন

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

পুনৰ বিতৰ্কত ৰাহুল গান্ধী, ভাৰত জোড়ো যাত্ৰাত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনী!

পুনৰ বিতৰ্কত ৰাহুল গান্ধী, ভাৰত জোড়ো যাত্ৰাত 'পাকিস্তান জিন্দাবাদ' ধ্বনী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8