• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২০২৩ ত থাকিব ৩৮ টা চৰকাৰী বন্ধ!

Leena Gogoi by Leena Gogoi
November 30, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
২০২৩ ত থাকিব ৩৮ টা চৰকাৰী বন্ধ!
Share on FacebookShare on Twitter

অসম চৰকাৰৰ কেবিনেট বৈঠকে এই ৩৮ টা চৰকাৰী বন্ধৰ তালিকাত অনুমোদন জনাইছে।  ২০২৩ৰ ৩৮ দিনৰ বন্ধৰ ভিতৰত আছে ৭ টা দেওবাৰ, এটা চতুৰ্থ শনিবাৰ। ইয়াৰোপৰি ২০২৩ চনৰ বাবে ৩০ দিন সীমিত বন্ধ নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলে আকৌ নিজৰ ইচ্ছা অনুসৰি ২ দিনৰ বাবে ল’ব পাৰিব সীমিত বন্ধ।

সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৰ্ভামে স্বাক্ষৰ কৰা ২০২৩ বৰ্ষৰ সম্পূৰ্ণ বন্ধৰ সূচী অনুসৰি জানুৱাৰীৰ বন্ধৰ তালিকাখন হৈছে- ‘১৫, ১৬ (দেও, সোমবাৰ)- মাঘ বিহু, ২৩ (সোমবাৰ) নেতাজীৰ জন্মদিন, ২৪ (মঙলবাৰ)- ব্ৰাথৌ চান, ২৬ (বৃহস্পতিবাৰ)- গণৰাজ্য দিৱস আৰু ৩১ (মঙলবাৰ)- মে দাম মেফি।

ফেব্ৰুৱৰী মাহৰ বন্ধৰ তালিকা অনুসৰি মাত্ৰ এটা দিন থাকিব চৰকাৰী বন্ধ। ৫ ফেব্ৰুৱাৰী দেওবাৰে- বীৰ চিলাৰায় দিৱস। ৭ মাৰ্চ, মঙলবাৰে দৌল যাত্ৰা।

৭ এপ্ৰিল, শুকুৰবাৰে গুড ফ্ৰাইডে, ১৪ আৰু ১৫ এপ্ৰিল, শুকুৰ আকু শনিবাৰে- ব’হাগ বিহু, ২০ এপ্ৰিল, বৃহস্পতিবাৰে দামোদৰ দেৱৰ তিথি, ২১ এপ্ৰিল, শুকুৰবাৰে সতী সাধনী দিৱস, ২২ এপ্ৰিল, শনিবাৰে- ঈদ-উল-ফিটৰ।

১ মে’, সোমবাৰে- মে’ দিৱস, ৫ মে’, শুকুৰবাৰে- বুদ্ধ পূৰ্ণিমা। ৫জুন, সোমবাৰে মাধৱদেৱৰ জন্মোৎসৱ, ২৯ জুন, বৃহস্পতিবাৰে- ঈদ-উল জোহা।

১৫ আগষ্ট, মঙলবাৰে স্বাধীনতা দিৱস, ১৮ আগষ্ট, শুকুৰবাৰে শংকৰদেৱৰ তিথি, ২৭ আগষ্ট, দেওবাৰে- কৰম পূজা। ৪ ছেপ্টেম্বৰ, সোমবাৰে মাধৱদেৱৰ তিৰোভাৱ তিথি, ৬ ছেপ্টেম্বৰ, বুধবাৰে-জন্মোষ্টমী আৰু ২৫ ছেপ্টেম্বৰ, সোমবাৰে শংকৰদেৱৰ জন্মোৎসৱ।

২ অক্টোবৰ, সোমবাৰে মহাত্মা গান্ধীৰ জন্মদিন, ১৮ অক্টোবৰ, বুধবাৰে কাতি বিহু, ২১, ২২, ২৩ আৰু ২৪ অক্টোবৰ ক্ৰমে শনি, দেও, সোম আৰু মঙলবাৰে দুৰ্গা পূজা-বিজয়া দশমীৰ বাবে বন্ধ থাকিব।

১২ নৱেম্বৰ, দেওবাৰে কালি পূজা, দেৱালী, ১৫ নৱেম্বৰ বুধবাৰে ভাতৃ দ্বিতীয়া, ১৯ নৱেম্বৰ, দেওবাৰে ষঠ পূজা, ২৪ নৱেম্বৰ, শুকুৰবাৰে লাচিত দিৱস আৰু ২৭ নৱেম্বৰ সোমবাৰে গুৰু নানকৰ জন্মদিন।

বছৰটোৰ অন্তিম মাহটোত থাকিব দুদিন চৰকাৰী বন্ধ। সেই ইনুসৰি ২ ডিচেম্বৰ শনিবাৰে অসম দিৱস, ২৫ ডিচেম্বৰ সোমবাৰে বৰদিন৷ ইয়াৰোপৰি ৯ জুলাই শনিবাৰে মহৰম, ২৮ অক্টোবৰ শনিবাৰে লক্ষ্মী পূজাৰ বাবে হ’ব অৰ্ধছুটিৰ দিন৷

Previous Post

ক’ভিড ভেকচিনৰ বাবে হোৱা মৃত্যুৰ দ্বায়িত্ব নলয় চৰকাৰে!

Next Post

পহিলা ডিচেম্বৰৰ পৰা ডিডি অসমৰ সন্ধিয়াৰ বাতৰি বুলেটিনৰ নতুন সময়সূচী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পহিলা ডিচেম্বৰৰ পৰা ডিডি অসমৰ সন্ধিয়াৰ বাতৰি বুলেটিনৰ নতুন সময়সূচী

পহিলা ডিচেম্বৰৰ পৰা ডিডি অসমৰ সন্ধিয়াৰ বাতৰি বুলেটিনৰ নতুন সময়সূচী

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি গুজৰাটত প্রথম পর্যায়ৰ নির্বাচন অনুষ্ঠিত

আজি গুজৰাটত প্রথম পর্যায়ৰ নির্বাচন অনুষ্ঠিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8