• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩১ তম মৃত্যু বাৰ্ষিকী

নিউজ ডেস্ক by নিউজ ডেস্ক
May 21, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩১ তম মৃত্যু বাৰ্ষিকী
Share on FacebookShare on Twitter

আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩১ তম মৃত্যু বাৰ্ষিকী ৷ তদুপলক্ষে বীৰ ভূমি স্মাৰকত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধীৰ লগতে বহু কেইগৰাকী কংগ্ৰেছ নেতাই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
উল্লেখ্য যে, ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত এলটিটিই উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু হৈছিল।


পিতৃৰ মৃত্যু তিথিৰ দিনাই ছচিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে লিখিছে যে- ‘মোৰ দেউতা এজন দূৰদৰ্শী নেতা আছিল যাৰ নীতিয়ে আধুনিক ভাৰতক গঢ় দিয়াত সহায় কৰিছিল। তেওঁ এজন সহানুভূতিশীল আৰু দয়ালু ব্যক্তি আছিল। মোৰ আৰু প্ৰিয়ংকাৰ বাবে এজন সুন্দৰ পিতৃ আছিল, যিয়ে আমাক ক্ষমা আৰু সহানুভূতিৰ মূল্য শিকাইছিল। মই তেওঁক বহুত মনত পেলাইছিলো আৰু আমি একেলগে কটোৱা সময়বোৰ মৰমেৰে মনত ৰাখিছো।’

My father was a visionary leader whose policies helped shape modern India.

He was a compassionate & kind man, and a wonderful father to me and Priyanka, who taught us the value of forgiveness and empathy.

I dearly miss him and fondly remember the time we spent together. pic.twitter.com/jjiLl8BpMs

— Rahul Gandhi (@RahulGandhi) May 21, 2022

Previous Post

বিহাৰত প্ৰচণ্ড ধুমুহা! মৃত্যু ৩৩গৰাকীৰো অধিক

Next Post

আজি অৰুণাচল প্রদেশলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
আজি অৰুণাচল প্রদেশলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

আজি অৰুণাচল প্রদেশলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

শোচনীয় ৰাজ্যৰ বান পৰিস্থিতিঃ আক্ৰান্ত প্ৰায় ৭.১২ লাখ লোক

শোচনীয় ৰাজ্যৰ বান পৰিস্থিতিঃ আক্ৰান্ত প্ৰায় ৭.১২ লাখ লোক

মৰিয়নিত সাংসদ-বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ

মৰিয়নিত সাংসদ-বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8