• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ SOPৰ A to Z

নিউজ ডেস্ক by নিউজ ডেস্ক
January 8, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
আজিৰ SOPৰ A to Z
Share on FacebookShare on Twitter

ৰাজ্যত শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে নতুন SOP।

ঘোষিত নতুন SOP শনিবাৰে পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হ’ব।
নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বাহাল থাকিব নিশাৰ কাৰ্ফিউ।
নিশা ৯-৩০ বজাৰ লগে লগে সম্পূৰ্ণ ৰূপে বন্ধ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠান।
কামৰূপ মহানগৰ জিলাত অষ্টম শ্ৰেণীলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব।
আনহাতে অন্যান্য জিলাত পঞ্চম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰে পাঠদান বন্ধ থাকিব।
অফলাইন পাঠদান বন্ধ থাকিব।
বিদ্যালয়, কলেজ, বিশ্ববিদ্যালয় আদিৰ পাঠদান অনলাইন মাধ্যমেৰে সম্পন্ন কৰাৰ নিৰ্দেশ।
চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহ পূৰ্বৰ দৰেই সময়মতেই খুলি থাকিব।
ৰেষ্টুৰেণ্ট আৰু হোটেলসমূহ ৫০ শতাংশ গ্ৰাহকৰ উপস্থিতিৰে মুকলি কৰিব পাৰিব।
ৰেষ্টুৰেণ্ট, ধাবা আদিৰ পৰা খাদ্য সামগ্ৰী ১০ বজাৰ পৰ্যন্ত লৈ যাব পাৰিব।
শ্ব’ৰুম সমূহো ৯ বজালৈকে খুলিব পাৰিব।
সকলো চৰকাৰী কৰ্মচাৰীয়ে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰিব লাগিব আৰু সময়মতেই কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।
যিসকল কৰ্মচাৰীয়ে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোকে কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰিব।
এতিয়াৰে পৰা কোভিড চিকিৎসা বিনামূলীয়া নহ’ব।
বি পি এল সকলৰ বাবে অৱশ্য এই চিকিৎসা বিনামূলীয়া হ’ব।
জৰুৰী অৱস্থাত কোভিড পজিটিভ হৈ চিকিৎসাধীন হ’লেও বিনামূলীয়া হ’ব চিকিৎসা।
নতুন এছ অ’পি অনুসৰি কোনো এটা অঞ্চলত যদি ৭ দিনত কোভিড আক্ৰান্তৰ সংখ্যা ১০ জনতকৈ বৃদ্ধি পাই তেনেহ’লে সেই অঞ্চলটোক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হ’ব।
কণ্টেইনমেণ্ট জ’নত অৱশ্যে সকলো ধৰণৰ অত্যৱশ্যকীয় সেৱা অব্যাহত থাকিব।
কণ্টেইনমেণ্ট জ’নত গেলা মালৰ দোকান, ফল-মূলৰ দোকান, শাক-পাচলিৰ দোকান খুলিব পাৰিব।
অত্যাৱশ্যকিয় সামগ্ৰীৰ লগতে খাদ্য, ঔষধ, চিকিৎসা সামগ্ৰী ই-কমাৰ্চৰ ব্যৱস্থা অব্যাহত থাকিব।
কাৰ্যালয়ত উপস্থিত নথকা কৰ্মচাৰীয়ে ছুটী ল’ব লাগিব। যিসকলে ছুটী ল’ব নোৱাৰে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ’ব।
যান-বাহনৰ ক্ষেত্ৰত সকলোৱে কোভিড প্ৰ’টকল মানি চলিব লাগিব।
সকলো বাহনতে ১০০ শতাংশ যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সকলোৱে অতি কমেও এটা ভেকচিন গ্ৰহণ কৰিব লাগিব।
বাইক, স্কুটি আদিত দুজন লোক উঠিব পাৰিব। অৱশ্যে দুয়োৱে ভেকচিন গ্ৰহণ কৰিব লাগিব।
হেলমেট পৰিধান কৰিব লাগিব।
কোনো বাহনতে থিয় কৰি যাত্ৰী কঢ়িয়াব নোৱাৰিব।
কোনো বাহনতে যাত্ৰী থিয় হৈ গ’লে চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে বাহনৰ পঞ্জীয়ন বাতিল কৰা হ’ব।
সকলো স্থানতে ৫০ শতাংশ লোকৰ উপস্থিতিত সভা, সমিতি আদি অনুষ্ঠিত কৰিব পাৰিব।
অডিটৰিয়াম, হল আদিত ২০০ সৰ্বাধিক ২০০ লোকহে উপস্থিত থাকিব পাৰিব।
সকলো জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগে মুকলি আৰু বন্ধ স্থানত অনুষ্ঠিত সভাত কিমান লোক উপস্থিত থাকিব সেই সম্পৰ্কে সিদ্ধান্ত ল’ব পাৰিব।
বিবাহ আৰু ধৰ্মীয় অনুষ্ঠানত ২০০ তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
সম্পূৰ্ণ ভেকচিন গ্ৰহণ কৰা সৰ্বাধিক ৬০ গৰাকী লোক মুখ্য ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিব পাৰিব।
অন্যান্য ধৰ্মীয় অনুষ্ঠানত ৪০ জনতৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
শেষকৃত্য অনুষ্ঠানত ১০০ ত কৈ অধিক লোকে অংশগ্ৰহণ কৰিব নোৱাৰিব।
সপ্তাহিক বজাৰ ৬ ঘণ্টাতকৈ অধিক সময় খুলিব নোৱাৰিব।
চিনেমা হল আদি ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে খুলিব পাৰিব।
এতিয়াৰে পৰা সকলো কোভিড আক্ৰান্তৰে পৰীক্ষা অমিক্ৰন হিচাপে কৰা হ’ব।
ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
ৰাজহুৱা স্থানত ভেকচিন গ্ৰহণ নকৰা লোকক ১০০০ টকাৰ জৰিমনা বিহা হ’ব।
ভেকচিন গ্ৰহণ নকৰা লোক ১৫ জানুৱাৰীৰ পাছত ৰাজহুৱা স্থানত উপস্থিত থাকিব নোৱাৰিব।
সকলোৱে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণ লগত ৰাখিব লাগিব।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

লকডাউনৰ ভয়! হাজাৰ হাজাৰ শ্ৰমিকে এৰিছে মুম্বাই

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অসম পালেহি অমিক্ৰন! পলাতক অমিক্ৰনত সংক্ৰমিত কিশোৰ

লকডাউনৰ ভয়! হাজাৰ হাজাৰ শ্ৰমিকে এৰিছে মুম্বাই

মেঘালয়ত ক’ভিডৰ নতুন SOP

দেশত প্ৰতিদিনে ১০ লাখ পৰ্যন্ত লোক আক্ৰান্ত হ'ব ক'ৰোণাত!

গুৱাহাটী বিমানকোঠত বিনামূলীয়া হ’ব প্ৰথম ১০ মিনিটৰ পাৰ্কিং

গুৱাহাটী বিমানকোঠত বিনামূলীয়া হ'ব প্ৰথম ১০ মিনিটৰ পাৰ্কিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8