• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৩১ ডিচেম্বৰৰ ভিতৰত যান-বাহনৰ নথি-পত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 29, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
পৰিবহণ বিভাগৰ অভিযানত থৰকাছুটি হেৰুৱাইছে বহুজনে
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ জিলাত বৃহৎসংখ্যক যান-বাহনৰ গৰাকীয়ে যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ নকৰাৰ লগতে বাহনৰ নথিপত্ৰসমূহ নৱীকৰণ নকৰাকৈ থাকি চূড়ান্ত অবৈধ আৰু অসুৰক্ষিতভাৱে ৰাজপথত চলাচল কৰি নিজৰ লগতে আনলৈকো বিপদ মাতি আনিবলৈ ধৰিছে।
এনেক্ষেত্ৰত এই বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে যান-বাহনৰ যাৱতীয় কৰ-কাটল আদায় দি বাহনৰ নথিপত্ৰসমূহ সকলো সময়তে বৈধ কৰি ৰাখিহে পথত সুৰক্ষিতভাৱে চলাচল কৰাৰ ক্ষেত্ৰত যান-বাহনৰ গৰাকীৰ পূৰ্ণ সহযোগিতা আহ্বান কৰিছে।

সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে কয় যে, বাহন এখন ক্ৰয় কৰোতে পঞ্জীয়নভুক্ত হোৱাৰ পিছত সময়মতে যান-বাহনৰ কৰকাটল পৰিশোধ কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব আৰু কতৰ্ব্য। একেদৰে যাৱতীয় নথিপত্ৰসমূহ নৱীকৰণ কৰি বাহনসমূহ বৈধ কৰি ৰাখিলেহে ৰাজপথত সকলোৰে বাবে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখা সম্ভৱ। কিয়নো নথি-পত্ৰসমূহ নৱীকৰণ কৰি ৰাখিলেহে বিপদৰ সময়ত বীমা কোম্পানীৰ পৰা বাহনৰ লগতে ব্যক্তিৰ ক্ষয়-ক্ষতিৰ প্ৰাপ্য আশা কৰিব পাৰি৷

সেয়েহে অতিৰিক্ত জৰিমনাৰ সন্মুখীন নোহোৱাকৈ অহা ৩১ ডিচেম্বৰৰ ভিতৰত যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰাৰ লগতে নথিপত্ৰসমূহ নৱীকৰণ অৰ্থাৎ বৈধ কৰি ৰাজপথত সকলোৰে বাবে এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ নৱবৰ্ষৰ প্ৰাকক্ষণত যান-বাহন ব্যৱহাৰকাৰীৰ প্ৰতি আহ্বান জনোৱা হৈছে। অন্যথা মহানগৰীৰ ৰাজপথত শীঘ্ৰে অভিযানত নামিব বিভাগৰ উচ্চস্তৰীয় বিষয়াৰ অভিযানকাৰী দল।

Previous Post

চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল হীৰেন গোহাঁই

Next Post

চিকিৎসকবিহীনভাৱে চলি আছে গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়; শীঘ্ৰে চিকিৎসক নিযুক্তিৰ দাবী

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
চিকিৎসকবিহীনভাৱে চলি আছে গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়; শীঘ্ৰে চিকিৎসক নিযুক্তিৰ দাবী

চিকিৎসকবিহীনভাৱে চলি আছে গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়; শীঘ্ৰে চিকিৎসক নিযুক্তিৰ দাবী

প্ৰবীণ সমাজ কৰ্মী বসন্ত কুমাৰ গোস্বামীৰ মৃত্যু

প্ৰবীণ সমাজ কৰ্মী বসন্ত কুমাৰ গোস্বামীৰ মৃত্যু

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8