• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহম্মদক লৈ বিতর্কিত মন্তব্য কৰি নিলম্বিত হ’ল বিজেপিৰ দুজনকৈ মুখপাত্র!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 6, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
মহম্মদক লৈ বিতর্কিত মন্তব্য কৰি নিলম্বিত হ’ল বিজেপিৰ দুজনকৈ মুখপাত্র!
Share on FacebookShare on Twitter

পয়গম্বৰ হজৰত মহম্মদক লৈ বিতর্কিত মন্তব্য কৰি নিলম্বিত হ’বলগীয়া হ’ল বিজেপিৰ মুখপাত্র নূপুৰ শৰ্মা। ৰবিবাৰে বিজেপি দলৰ নেতৃত্বই পদৰ পৰা নূপুৰ শৰ্মা আৰু নবীন জিন্দালক অপসাৰণ কৰিছে। দুয়োগৰাকী মুখপাত্ৰক দলৰ প্রাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰা হৈছে বুলি বিজেপিৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিজেপি নেত্রী নূপুৰ শৰ্মাই। নূপুৰ শৰ্মাৰ এই মন্তব্যক কেন্দ্ৰ কৰি উত্তপ্ত হয় কাণপুৰ। কাণপুৰ অঞ্চলত শিলগুটি দলিওৱা, দোকান তথা অন্যান্য প্রতিষ্ঠান ভঙা আদিৰ দৰে বিভিন্ন অপ্রীতিকৰ ঘটনা সংঘটিত হয়। এই সংঘৰ্ষত জড়িত ১৮জন লোকক গ্রেপ্তাৰো কৰা হৈছে।

বিজেপিৰ তৰফৰ পৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে কোনো ধর্ম বা ধর্মীয় ব্যক্তিৰ প্ৰতি অসন্মানজনক মন্তব্যৰ পক্ষপাতী নহয় দল। অৱশ্যে দলটোৱে এই সন্দৰ্ভত কোনো বিশেষ ঘটনাৰ কথা উল্লেখ কৰা নাই। কিন্তু এই বিবৃতি প্ৰকাশ কৰাৰ কিছু সময় পিছতেই দলৰ প্রাথমিক সদস্য পদৰ পৰা নূপুৰ শৰ্মাৰ লগতে নবীন জিন্দালকো নিলম্বন কৰা বুলি ঘোষণা কৰা হয়।

Previous Post

বিগত ২৪ ঘণ্টাত দেশত প্ৰায় ৫০০০ লোক ক’ৰোনাত আক্রান্ত

Next Post

সমস্যাৰ বুজ ল’বলৈ নিশা মুখ্যমন্ত্রীয়ে পৰিদৰ্শন কৰে গুৱাহাটীৰ বিভিন্ন স্থান!

Related Posts

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
Next Post
সমস্যাৰ বুজ ল’বলৈ নিশা মুখ্যমন্ত্রীয়ে পৰিদৰ্শন কৰে গুৱাহাটীৰ বিভিন্ন স্থান!

সমস্যাৰ বুজ ল'বলৈ নিশা মুখ্যমন্ত্রীয়ে পৰিদৰ্শন কৰে গুৱাহাটীৰ বিভিন্ন স্থান!

সোৱণশিৰি প্রকল্পত অঘটন! টানেল খহি মৃত্যু এজনৰ, আহত দুজন

সোৱণশিৰি প্রকল্পত অঘটন! টানেল খহি মৃত্যু এজনৰ, আহত দুজন

BTR ত গুলীচালনাঃ সুন্দৰী মডেলকে ধৰি ৬ জন আটক

BTR ত গুলীচালনাঃ সুন্দৰী মডেলকে ধৰি ৬ জন আটক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8