• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

উদ্ধৱ ঠাকৰেয়ে শেষলৈকে যুঁজ দিব, পদত্যাগ নকৰে!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 25, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
মহাৰাষ্ট্ৰত মহাসংকটঃ ক’ভিড আক্ৰান্ত উদ্ধৱ থাকৰে! মুখ্যমন্ত্ৰী পদৰ পৰা কৰিব নেকি পদত্যাগ?
Share on FacebookShare on Twitter

দলৰ ভিতৰুৱা অন্তঃকন্দলত পৰি মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকুৰৰ চৰকাৰখনৰ বৰ্তমান স্থিতি খুবেই সংকটজনক। শিৱসেনাৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে এই পৰ্যন্ত চৰকাৰখন বচাবলৈ যৎপৰোনাস্তি কৰি আছে। তেওঁ দলৰ কৰ্মীসকলৰ সমৰ্থকসকললৈ এটা বাৰ্তাও প্ৰেৰণ কৰিছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে যদি শিৱ সৈনিকসকলে তেওঁক অযোগ্য বুলি ভাবে আৰু দলটো চলাবলৈ বিফল হোৱা বুলি ভাৱে তেন্তে তেওঁ দল আৰু মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ সাজু। অৱশ্যে, শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে কয়, “উদ্ধৱ ঠাকৰেয়ে পদত্যাগ নকৰে। প্ৰয়োজন হ’লে সকলো শিৱ সৈনিক ৰাজপথলৈ ওলাই আহিব। ”

উদ্ধৱ ঠাকৰেয়ে শুকুৰবাৰে এনচিপিৰ মুৰব্বী শৰদ পাৱাৰৰ সৈতে চৰকাৰ ৰক্ষাৰ্থে এখন বৈঠকো কৰিছে। ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে বিদ্ৰোহী নেতা একনাথ সিন্দেৰ বিৰুদ্ধে মুখ খুলি দলৰ কৰ্মী আৰু সমৰ্থকসকললৈ এক আৱেগিক বাৰ্তা প্ৰেৰণ কৰে।

উদ্ধৱ ঠাকৰেয়ে কয় যে, যদি আপোনালোকে ভাবে যে মই অক্ষম, তেন্তে মই এই মুহূৰ্তত দলৰ পৰা পদত্যাগ কৰিম। যদি আপুনালোকে ভাবে যে মই দলটো চলাবলৈ বিফল হৈছো, তেন্তে মই নিজকে দলৰ পৰা পৃথক কৰিম। ভিডিঅ’ বাৰ্তাটোত তেওঁ বিদ্ৰোহী নেতা একনাথ সিন্দেকো লক্ষ্য কৰি কয় যে, শিৱসেনা এতিয়াও শেষ হোৱা নাই। যি সকলে বিজেপিৰ পক্ষ লৈছে তেওঁলোকে দলটোৰ ক্ষতি কৰিছে।

Previous Post

যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি তেন্তে পাণ্ডৱ কোন? ৰামে কৰিলে টুইট!

Next Post

১০ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
১০ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ

১০ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ

৭-১১ বছৰীয়া শিশুক কভ’ভাক্সৰ জৰুৰী কালীন ব্যৱহাৰৰ পৰামৰ্শ বিশেষজ্ঞৰ

৭-১১ বছৰীয়া শিশুক কভ'ভাক্সৰ জৰুৰী কালীন ব্যৱহাৰৰ পৰামৰ্শ বিশেষজ্ঞৰ

স্কুল বাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ চিচি কেমেৰা, GPS, ছাইৰেন বাধ্যতামূলক!

স্কুল বাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ চিচি কেমেৰা, GPS, ছাইৰেন বাধ্যতামূলক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8