• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

উত্তৰ-পূব ভ্ৰমণত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং!

নিউজ ডেস্ক by নিউজ ডেস্ক
September 28, 2022
in ৰাজনীতি, উত্তৰ পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
উত্তৰ-পূব ভ্ৰমণত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং!
Share on FacebookShare on Twitter

তিনিদিনীয়া কাৰ্যসূচী লৈ আজি উত্তৰ-পূবলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ বায়ুসেনাৰ বিশেষ বিমানেেৰ ডিব্ৰুগড়ৰ দিনজানস্থিত সেনা বাহিনীৰ তৃতীয় ক’ৰত নিশা কটাব ৰাজনাথ সিঙে৷ কাইলৈ অৰুণাচলৰ পূব প্ৰান্ত ভ্ৰমণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

অৰুণাচল প্ৰদেশ ভ্ৰমণ সামৰি বৃহস্পতিবাৰে বিয়লি উপস্থিত হ’ব তেজপুৰত৷ তেজপুৰস্থিত ভাৰতীয় সেনা বাহিনীৰ চতুৰ্থ ক’ৰত নিশা কটাব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷ শুকুৰবাৰে পুৱা উপস্থিত হ’ব অৰুণাচলত৷ অৰুণাচলৰ চেলাপাছত নিৰ্মীয়মাণ সুৰংগ পথ পৰিদৰ্শন কৰিব ৰাজনাথ সিঙে৷

২০১৯ চনৰ পৰা ৯ কিঃমিঃ দৈৰ্ঘৰ সুৰংগ পথ নিৰ্মাণ কৰি আছে BROই৷ টাৱাং-ডিৰাং সংযোগী সুৰংগ পথ ডিচেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মুকলিৰ পূৰ্বে কামৰ শেহতীয়া খতিয়ান ল’ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে৷ তাৰ পিছত অৰুণাচলৰ পৰা দিল্লীলৈ উৰা মাৰিব ৰাজনাথ সিং৷

Previous Post

এয়াৰটেলে মুকলি কৰিলে Xsafe ─ এটা উন্নত ঘৰুৱা নিৰীক্ষণ সমাধান

Next Post

GMC ৰ মেয়ৰ আৰু কাউন্সিলৰসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ

GMC ৰ মেয়ৰ আৰু কাউন্সিলৰসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিব্ৰুগড়ৰ এনাষ্ঠেছিয়া বিভাগৰ সহযোগী অধ্যাপকৰ আত্মহত্যা!

ডিব্ৰুগড়ৰ এনাষ্ঠেছিয়া বিভাগৰ সহযোগী অধ্যাপকৰ আত্মহত্যা!

আঘাতৰ বাবে নেশ্যনেল গেমছ – ২০২২ত নখেলে লাভলীনাই

আঘাতৰ বাবে নেশ্যনেল গেমছ - ২০২২ত নখেলে লাভলীনাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8