• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম আৰক্ষীৰ ৬০ গৰাকীলৈ ‘অতি উৎকৃষ্ট সেৱা পদক’ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 23, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়
1 min read
0
অসম আৰক্ষীৰ ৬০ গৰাকীলৈ ‘অতি উৎকৃষ্ট সেৱা পদক’ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ
Share on FacebookShare on Twitter

২০২২ বৰ্ষৰ আৰক্ষীৰ ‘অতি উৎকৃষ্ট সেৱা পদক’ আৰু ‘পুলিচ আন্তৰিক সুৰক্ষা সেৱা পদক’ৰ তালিকা ঘোষণা কৰিলে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৬০ গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়াইছে অতি উৎকৃষ্ট সেৱা পদক, আন ৬০ গৰাকী বিষয়ালৈ উৎকৃষ্ট সেৱা পদক আৰু ৫০০ গৰাকী বিষয়ালৈ আগবঢ়োৱা হৈছে পুলিচ আন্তৰিক সুৰক্ষা সেৱা পদক।

অতি উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষী বিষয়াসকলৰ অন্যতম হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক-প্ৰধান ৱাই ভি কৃষ্ণ, মুন্না প্ৰসাদ গুপ্তা, হীৰেন চন্দ্ৰ নাথ, ডেপুটী ইন্সপেক্টৰ জেনেৰেল ইমদাদুল হুছেইন বৰা আদি।

উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষীসকলৰ ভিতৰত আছে মুছলেহউদ্দিন আহমেদ, পি টি চিৰ অধ্যক্ষ দেৱাশিস শৰ্মা, এ আই জি লংনিট তেৰাং, এ আই জি জয়ন্ত সাৰথি বৰা, এ এছ পি মৃণাল ডেকা, এ এছ পি উজ্জ্বলপ্ৰতিম বৰা, এ এছ পি অমিতাভ বসুমতাৰী আদি।

আনহাতে, ‘পুলিচ আন্তৰিক সুৰক্ষা সেৱা পদক’ লাভ কৰা আৰক্ষী বিষয়া সকলৰ অন্যতম হৈছে অসম আৰক্ষীৰ সঞ্চালক-প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ সঞ্চালক-প্ৰধান এছ এন সিং, আই জি পি অনুৰাগ আগৰৱালা, এ আই জি ধনঞ্জয় পৰশুৰাম ঘনৱাট, এ আই জি অমনজিৎ কৌৰ আদি।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই পদকৰ প্ৰচলন কৰিছিল ২০১৮ বৰ্ষৰ পৰা। অসম আৰক্ষীত কৰ্মৰত বিষয়া সকলৰ একনিষ্ঠ সেৱাৰ বাবে তথা মনোবল বৃদ্ধি কৰি পৰৱৰ্তী সময়ত আৰু অধিক তৎপৰতাৰে সেৱা আগবঢ়াবলৈ প্ৰদান কৰি অহা হৈছে এই বঁটা।

Previous Post

দিল্লীস্থ অসমৰ চিকিৎসকৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক!

Next Post

নাগালেণ্ড আৰক্ষীয়ে অসমত প্ৰৱেশ কৰি ভাঙিলে ব্যৱসায়ীক প্ৰতিষ্ঠান!

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
Next Post
নাগালেণ্ড আৰক্ষীয়ে অসমত প্ৰৱেশ কৰি ভাঙিলে ব্যৱসায়ীক প্ৰতিষ্ঠান!

নাগালেণ্ড আৰক্ষীয়ে অসমত প্ৰৱেশ কৰি ভাঙিলে ব্যৱসায়ীক প্ৰতিষ্ঠান!

শীঘ্ৰেই ৰাজ্যৰ লক্ষাধিক লোকৰ কৰ্তন হ’ব ৰেছন কাৰ্ড!

শীঘ্ৰেই ৰাজ্যৰ লক্ষাধিক লোকৰ কৰ্তন হ'ব ৰেছন কাৰ্ড!

লাহৰিজানত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল ২০০ৰো অধিক বাসগৃহ

লাহৰিজানত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল ২০০ৰো অধিক বাসগৃহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8