• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ইন্ধনৰ দামত জুৰুলা! হাইড্ৰ’জেনচালিত বাহনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

নিউজ ডেস্ক by নিউজ ডেস্ক
March 30, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
ইন্ধনৰ দামত জুৰুলা! হাইড্ৰ’জেনচালিত বাহনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী
Share on FacebookShare on Twitter

হাইড্ৰজেনচালিত এখন বাহনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে৷ এই বাহনখনৰ গৰাকী হৈছে কেন্দ্ৰীয় পৰিবহণমন্ত্ৰী নীতিন গাডকাৰী ৷ বুধবাৰে বিকল্প ইন্ধনৰ এগৰাকী উৎসাহী প্ৰশংসক হিচাপে চিহ্নিত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে তেওঁ শেহতীয়াকৈ ক্ৰয় কৰা হাইড্ৰ’জেনচালিত গাড়ীখনত সংসদত উপস্থিত হয়। যাৰফলত সংসদত উপস্থিত থকা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় মন্ত্ৰীগৰাকী৷

ग्रीन हाइड्रोजन से चलने वाली कार से संसद पहुँचे श्री @nitin_gadkari जी। ग्रीन हाइड्रोजन का उत्पादन होगा, इसके स्टेशन होंगे और देश का आयात भी बचेगा : केंद्रीय मंत्री श्री नितिन गडकरी जी। pic.twitter.com/iqw1Xz2Upx

— Office Of Nitin Gadkari (@OfficeOfNG) March 30, 2022

উল্লেখ্য যে, জানুৱাৰীত মন্ত্ৰীগৰাকীয়ে কৈছিল যে তেওঁক দিল্লীৰ ৰাস্তাত এখন বিশেষ গাড়ীৰ দেখা যাব৷ যিখন দেখি মানুহে হাইড্ৰজেন ইন্ধন ব্যৱহাৰ কৰিবলৈ উৎসাহিত হ’ব আৰু যি ভৱিষ্যতৰ মুখ্য ইন্ধন হিচাপে ইয়াকেই নিৰ্বাচন কৰাৰ বাবে উৎসাহিত হ’ব। জানিব পৰা মতে, গাড়ীখন জাপানৰ টয়োটা কোম্পানীৰ আৰু ইয়াত হাইড্ৰ’জেন ইন্ধন ভৰোঁৱা হৈছিল ফৰিদাবাদত তথা ইণ্ডিয়ান অইল পাম্পৰ পৰা।

নীতিন গাডকাৰী য়ে পূৰ্বে তেওঁৰ সহযোগী সাংসদসকলক বৈদ্যুতিক বাহন ব্যৱহাৰৰ আহ্বান জনাইছিল আৰু কৈছিল যে, যদি আপুনি এতিয়া ইন্ধনৰ বাবে ১০০ টকা খৰচ কৰি আছে, আপুনি বৈদ্যুতিক বাহন ব্যৱহাৰ কৰিলে ১০টকাহে খৰচ কৰিব লাগিব। সংসদৰ ভিতৰতো মন্ত্ৰীগৰাকীয়ে বিকল্প ইন্ধনৰ প্ৰসংগ উল্লেখ কৰি কয় যে, সেউজীয়া ইন্ধনেহে পৃথিৱীখন প্ৰদুষণমুক্ত কৰি ৰাখিব৷ লগতে তেওঁ কয় যে, অহা দুবছৰত বৈদ্যুতিক বাহনৰ মূল্য হ্ৰাস কৰিব সেউজীয়া ইন্ধনে৷ যাৰ ফলত ইয়াৰ মূল্য পেট্ৰ’ল চালিত বাহনৰ সমান হ’ব। বিকল্প ইন্ধনে ৰাজধানী দিল্লীৰ প্ৰদূষণৰ মাত্ৰাও হ্ৰাস কৰিব বুলি মন্ত্ৰীজনে উল্লেখ কৰে৷ গাডকাৰীয়ে লগতে কয় যে, সৰ্বাধিক দুবছৰৰ ভিতৰত, বৈদ্যুতিক স্কুটাৰ, গাড়ী, অটোৰিক্সাৰ দাম পেট্ৰ’লচালিত স্কুটাৰ, গাড়ী, অটোৰিক্সাৰ দৰে একে হ’ব।

Previous Post

নিউজ বুলেটিন

Next Post

ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে গোলাঘাটৰ ১০ দিনীয়া বিহু কৰ্মশালা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে গোলাঘাটৰ ১০ দিনীয়া বিহু কৰ্মশালা

ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে গোলাঘাটৰ ১০ দিনীয়া বিহু কৰ্মশালা

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সু-খবৰ

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সু-খবৰ

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8