• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভুক্তভোগী পৰিয়ালক শীঘ্ৰে গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক পশ্চিম গুৱাহাটীৰ বিধায়কৰ অনুৰোধ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 12, 2022
in ৰাজনীতি, গুৱাহাটী, সংবাদ
1 min read
0
ভুক্তভোগী পৰিয়ালক শীঘ্ৰে গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক পশ্চিম গুৱাহাটীৰ বিধায়কৰ অনুৰোধ
Share on FacebookShare on Twitter

পশ্চিম গুৱাহাটী সমষ্টিৰ ফটাশিল আমবাৰীৰ মাদ্রাজী কলনীত ৯ ডিচেম্বৰৰ নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ৫৮ পৰিয়ালক জিলা প্ৰশাসনৰ লগতে বিভিন্ন দল-সংগঠনে সাহায্য প্ৰদান কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। জিলা প্ৰশাসনৰ সহযোগত কেইবাটাও দল-সংগঠনে ক্ষতিগ্রস্ত পৰিয়ালসমূহক খাদ্য-সামগ্রী, পানী, বাচন-বৰ্তন, কাপোৰ, কম্বল, প্লাষ্টিককে ধৰি প্ৰয়োজনীয় সামগ্রী প্ৰদান কৰে। ইতিমধ্যে জিলা প্ৰশাসনে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ৫৮ টা পৰিয়ালৰ শিশু, মহিলা, বৃদ্ধকে ধৰি মুঠ ২৩৮ জন গৃহহীন লোকক কিছু নিলগত থকা হাৰিয়ানা ভৱনত থকা – মেলাৰ ব্যৱস্থা কৰিছে।

আনহাতে কালি পুৱাৰে পৰা হাৰিয়ানা ভৱনত আশ্ৰয় লৈ থকা লোক সকলক স্বেচ্ছাসেৱী সংগঠন “অমৃত ভোগ ভাণ্ডাৰা”ই দিনে নিশাই ৰন্ধা খাদ্যৰ যোগান ধৰি আছে। সংগঠনটোৰ প্ৰতিষ্ঠাপক ভাগচান্দ জৈনক এই কাৰ্যত সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা , হাৰিয়ানা চেৰিটেবল ট্ৰাষ্টৰ অধ্যক্ষ সুৰেন্দ্ৰ গোৱেলকে ধৰি কেবাজনো সহৃদয়বান লোকে।

আনহাতে শনিবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি প্ৰতিটো পৰিয়ালতে নিগমৰ তৰফৰ পৰা ২৫ হাজাৰকৈ টকা এককালীন সাহায্য হিচাপে প্ৰদান কৰা হ’ব বুলি প্রতিশ্রুতি দিয়ে। ইফালে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ অধিকাংশই পৌৰ নিগমৰ কৰ্মচাৰী হোৱা বাবে প্ৰতিগৰাকী কৰ্মচাৰীক দুমাহৰ দৰমহা আগতীয়াকৈ আদায় দিয়াৰ ব্যৱস্থা লোৱা বুলিও মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিছে। এসপ্তাহৰ ভিতৰতে কৰ্মচাৰীসকলে এই দৰমহা আদায় পাব বুলিও কৰ্মচাৰীসকলক আশ্বাস দিয়ে। আনহাতে বিগত দুটা দিনত অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল , স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, আৰ এছ এছৰ ক্ষেত্ৰীয় প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, মহানগৰ সমিতিৰ সংঘচালক গুৰুপ্ৰসাদ মেধি, জিলা উপায়ুক্ত পল্লব গোপাল ঝাকে ধৰে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া সকলে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে হাৰিয়ানা ভৱনত আশ্ৰয় লৈ থকা ভুক্তভোগী লোকসকলৰ বুজ লৈছে। ইফালে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে শীঘ্ৰে গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে।

Previous Post

মালিগাঁৱত এন এফ ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ অধিৱেশন

Next Post

কালমণি নৈত পুনৰ জাৱৰ -যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কালমণি নৈত পুনৰ জাৱৰ -যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

কালমণি নৈত পুনৰ জাৱৰ -যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

লায়ন্স ক্লাব অৱ গুৱাহাটী চিটিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

লায়ন্স ক্লাব অৱ গুৱাহাটী চিটিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

শংকৰদেৱ কলাক্ষেত্ৰত শ্বিলং বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ সম্পন্ন

শংকৰদেৱ কলাক্ষেত্ৰত শ্বিলং বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ সম্পন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8